ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
September 17, 2026
Reading Time: 1 min read
A A
0
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

RELATED POSTS

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

New Logo Smal 1 | ASSAM TIMES POST

আত্মনিৰ্ভৰশীল আৰু উন্নত ভাৰত গঢ়ি তোলা আৰু সেই লক্ষ্যত উপনীত হোৱাৰ দিশত দেশে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ (Semicon India) মঞ্চৰ পৰা দাবী কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ৭৬ সংখ্যক জন্মদিনত বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান কূটনৈতিক আৰু অৰ্থনৈতিক শক্তিৰ এখন ছবি দাঙি ধৰে। বৃহস্পতিবাৰে নতুন দিল্লীত ‘ছেমিকন ইণ্ডিয়া’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পৰাই তেওঁ অৰ্ধপৰিবাহী উদ্যোগত দেশৰ অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে।

কেৱল সেয়াই নহয়, শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছৰ বিষয়টোও প্ৰধানমন্ত্ৰীৰ ভাষণত আহে। মোদীয়ে কয় যে এই সন্মিলনত ‘নতুন দিল্লীৰ ঘোষণা’ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা আৰু বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো ভাৰতৰ জিডিপি ৭.৮ শতাংশ বৃদ্ধিয়ে ভাৰতৰ প্ৰতি বিশ্বৰ দেশসমূহৰ কিমান আস্থা আৰু ভৰসা বৃদ্ধি পাইছে সেয়া প্ৰমাণ কৰে। তেওঁ কয়, “এফালে ভাৰতৰ অৰ্থনীতি মজবুত হৈ আহিছে, আনফালে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু সেই আস্থাৰ ভাবমূৰ্তি কিছুদিন পূৰ্বে অনুষ্ঠিত ব্ৰিকছ সন্মিলনত প্ৰকাশ পাইছে।

modi 3 | ASSAM TIMES POST
জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

নতুন দিল্লীৰ ঘোষণাক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰাটো ভাৰতৰ প্ৰতি বিশ্বৰ আস্থাৰ আন এক ডাঙৰ প্ৰমাণ।” উল্লেখ্য যে নতুন দিল্লীত ১৮ সংখ্যক ব্ৰিকছ সন্মিলন ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। এই মঞ্চৰ পৰাই মোদীয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সফলতাৰ ওপৰত আলোকপাত কৰে। ব্ৰিকছ সন্মিলনত ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত মতানৈক্য থকাৰ পাছতো আলোচনাৰ জৰিয়তে কেনেকৈ একমতত উপনীত হোৱাটো সম্ভৱ হ’ল আৰু ইয়াত ভাৰতৰ ভূমিকা কি সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

ইয়াৰ পিছত মোদীয়ে কয় যে ভাৰতৰ অৰ্থনীতিৰ ওপৰত বিশ্বৰ আস্থা যিমানেই বাঢ়িছে, প্ৰযুক্তিৰ ক্ষেত্ৰতো বিশ্বত দেশখনৰ গুৰুত্ব বাঢ়িছে। অৰ্ধপৰিবাহী উদ্যোগত দেশৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ১২টা অৰ্ধপৰিবাহী প্ৰকল্পৰ কাম আৰম্ভ হৈছে। কিছুমান প্ৰকল্পত বাণিজ্যিক চিপ উৎপাদনো আৰম্ভ হৈছে। ইয়াৰ পিছত তেওঁ কয়, “এই তিনিটা ক্ষেত্ৰ প্ৰযুক্তি, উদ্ভাৱন আৰু উৎপাদন একত্ৰিত কৰি ভাৰতে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PMModiSemiconIndia
Share4Tweet3Send

Related Posts

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

by News Desk
September 17, 2026
50
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

by News Desk
September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

by News Desk
September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

by News Desk
September 17, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
ADVERTISEMENT
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক
Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
50
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা
National-International

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026
50
Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা
National-International

Health Ministry : প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰুধিবলৈ কঠোৰ কেন্দ্ৰ, ফাৰ্মাচীত চিচিটিভি বাধ্যতামূলক কৰাৰ চিন্তা

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

September 17, 2026
PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Modi : জন্মদিনত নতুন দিল্লীৰ ‘ছেমিকন ইণ্ডিয়া’ৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d