ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 17, 2026
Reading Time: 1 min read
A A
0
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

RELATED POSTS

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

নৱগঠিত পাকিস্তান-চীন যুটীয়া সীমা আয়োগৰ (Pakistan-China Joint Border Commission) বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে চীন আৰু পাকিস্তানৰ মাজত কোনো স্বীকৃতিপ্ৰাপ্ত সীমান্ত নাই। জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ। গতিকে তথাকথিত ‘পাকিস্তান-চীন সীমা আয়োগ’ৰ অস্তিত্ব নাই। নতুন দিল্লীয়ে আয়োগ গঠনক ‘নাটক’ বুলি অভিহিত কৰিছে।তাৎপৰ্যপূৰ্ণভাৱে দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ ঠিক পিছতেই চীন আৰু পাকিস্তানে নতুন সীমা আয়োগ গঠন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই পদক্ষেপক তীব্ৰ গৰিহণা দি কয়, “অবৈধ দখলক বৈধতা প্ৰদান কৰা বা দখল কৰা ভূখণ্ডৰ নাম সলনি কৰা যিকোনো উপায়েৰে আমি তীব্ৰ বিৰোধিতা আৰু নাকচ কৰোঁ, যিয়ে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ভেঙুচালি কৰে। ভাৰতৰ ভূখণ্ডৰ ওপৰত তথাকথিত চীন-পাকিস্তান সীমা চুক্তি (১৯৬৩ চনৰ) হৈছে, সেয়েহে এয়া সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য।”

উল্লেখযোগ্য যে ১৯৪৮ চনত পাকিস্তানে জম্মু-কাশ্মীৰৰ এটা অংশ অবৈধভাৱে দখল কৰিছিল। দখল কৰা অংশটোৰ অংশস্বৰূপ শ্বাক্সগাম উপত্যকা বা ট্ৰেন্স-কাৰাকোৰাম ট্ৰেক্ট ১৯৬৩ চনত ইছলামাবাদে চীনক উপহাৰ দিছিল। বাকী দুটা অংশৰ ভিতৰত এটা অংশৰ নাম প্ৰথমতে ‘ফেডাৰেল প্ৰশাসনিক উত্তৰ এলেকা’ (বৰ্তমান গিলগিট-বাল্টিস্তান নামেৰে নামকৰণ কৰা হৈছেে আৰু ইয়াক প্ৰত্যক্ষভাৱে পাকিস্তানী শাসনৰ অন্তৰ্ভুক্ত কৰা হৈছিল। আনটো অংশৰ নাম আছিল ‘আজাদ কাশ্মীৰ’।

বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

আনহাতে, ১৯৪৪ চনত চীনৰ কমিউনিষ্ট শক্তিয়ে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ ইষ্ট তুৰ্কিস্তান দখল কৰিছিল। গৃহযুদ্ধত জয়ী হোৱাৰ পাছত ১৯৪৯ চনত অধ্যক্ষ মাও জেতুঙৰ চৰকাৰে আনুষ্ঠানিকভাৱে উইঘুৰ মুছলমানৰ গৃহভূমিক ‘ছিংজিয়াং’ প্ৰদেশ হিচাপে ঘোষণা কৰি চীনত দৃঢ়তাৰে অন্তৰ্ভুক্ত কৰে। ইয়াৰ পিছত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীয়েও ১৯৬৬ চনৰ যুদ্ধত লাডাখৰ অংশ আক্সাই চিন দখল কৰে।

পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ কাশগাৰৰ পৰা দক্ষিণ পাকিস্তানৰ গ্বদৰ বন্দৰলৈকে বিস্তৃত কাৰাকোৰাম ঘাইপথ (আনুষ্ঠানিকভাৱে চীন-পাকিস্তান ইকনমিক কৰিডৰ বা চিপিইচি নামেৰে জনাজাত) শাকছগাম উপত্যকাৰ কাষেৰে পাৰ হৈ যায়। ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘বাই-লেন’ ঘাইপথটো চীনৰ ‘ৱান বেল্ট, ৱান ৰোড’ কাৰ্যসূচীৰ অন্যতম মূল উপাদান। ইয়াৰ পূৰ্বেও নতুন দিল্লীয়ে ভাৰতৰ ভূখণ্ডত পথ নিৰ্মাণৰ বিৰোধিতা কৰি কূটনৈতিক পৰ্যায়ত কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু চীন আৰু পাকিস্তানে কেতিয়াও তাত গুৰুত্ব দিয়া নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: China-PakBorder
Share4Tweet3Send

Related Posts

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

by News Desk
September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

by News Desk
September 17, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
51
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
52
ADVERTISEMENT
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026
50
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d