ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

নিউজ ডেস্কঃ

News Desk by News Desk
September 16, 2026
Reading Time: 1 min read
A A
0
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

RELATED POSTS

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

বেদখলীকৃত ভূমি ঘূৰাই পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱৰ বন্ধু আছগৰ আলী বোহৰাই। মোদীক সাক্ষাৎ কৰাৰ পিছত অৱশেষত বিষয়টো সমাধান হ’ল। উল্লেখযোগ্য যে বিজেপি বিধায়ক নৰেন্দ্ৰ মেহতাৰ নিৰ্মাণ কোম্পানীটোৰ বিৰুদ্ধে বোহৰাৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিছুদিন পূৰ্বে মুম্বাইৰ মীৰা ৰোডৰ বাসিন্দা বোহৰাই সেই অভিযোগ সন্দৰ্ভত মোদীক সাক্ষাৎ কৰিছিল। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজেই উদ্যোগ লয় নিজৰ শৈশৱৰ বন্ধুক সেই মাটি ঘূৰাই দিবলৈ।

মঙলবাৰে অভিযুক্ত বিজেপি বিধায়ক মেহতাই কয় যে তেওঁ সেই মাটিখিনি বোহৰালৈ ঘূৰাই দিছে। কেৱল সেয়াই নহয়, বোহৰাৰ বিৰুদ্ধে থকা অভিযোগো প্ৰত্যাহাৰ কৰা বুলি দাবী কৰে মেহতাই। উল্লেখ্য যে মোদীক সাক্ষাৎ কৰাৰ পাছত প্ৰশাসনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি সেই মাটিখিনি বোহৰালৈ ঘূৰাই দিয়ে। মঙলবাৰে মহাৰাষ্ট্ৰৰ কেবিনেটত এখন বৈঠক আহ্বান কৰা হয়। তাত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰীকৰ পাৰ্দেশী, অভিযোগকাৰী আছগৰ আলী বোহৰা, অভিযুক্ত বিধায়ক নৰেন্দ্ৰ মেহতা আৰু মিৰ-ভয়ান্দৰ পৌৰ আয়ুক্ত বিনোদ শৰ্মা, নগৰ পৰিকল্পনাকাৰী পুৰুষোত্তম শিণ্ডে।

প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধু আছগৰ আলী বোহৰা

সূত্ৰ অনুসৰি, তেওঁলোকৰ উপস্থিতিত বিধায়ক মেহতাই নগৰ উন্নয়ন বিভাগক এখন পত্ৰ প্ৰদান কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ বিবাদিত ভূমি ত্যাগ কৰিছে বুলিও কয়। অৱশ্যে মেহতাই ২০১৯ চনত মাৰ্ভিন ফাৰ্নাণ্ডেজ নামৰ এজন ব্যক্তিৰ পৰা মাটি ক্ৰয় কৰা বুলিও দাবী কৰে। আৰক্ষী আয়ুক্তলৈ লিখা এখন সুকীয়া পত্ৰত মেহতাই বোহৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰে। দুয় পক্ষই আপোচত উপনীত হৈছে।

ভূমি অধিগ্ৰহণৰ বিষয় সন্দৰ্ভত যোৱা ৮ ছেপ্টেম্বৰত বোহৰাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁ কয় যে পূব ভয়ান্দৰ অঞ্চলৰ এটুকুৰা মাটি সন্দৰ্ভত এটা দশক পুৰণি গোচৰ একেবাৰেই সমাধান হোৱা নাই। এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হস্তক্ষেপ বিচাৰি মোদীৰ কাষ চাপিছিল। বোহৰাই দাবী কৰে যে সকলো আইনী বুজাবুজিৰ অন্তত তেওঁ ১৯৮৯ চনত বিবাদিত ২৮১০ বৰ্গমিটাৰ মাটি ক্ৰয় কৰিছিল। ২০১১ চনত বলপূৰ্বকভাৱে এই মাটি অধিগ্ৰহণ কৰা হৈছিল। তেওঁৰ অভিযোগত স্বয়ং বিল্ডাৰ্ছ আৰু ছেভেন ইলেভেন কনষ্ট্ৰাকচন নামৰ দুটা নিৰ্মাণ কোম্পানীৰ নাম আহিছিল। উল্লেখ্য যে ছেভেন এলেভেন কনষ্ট্ৰাকচনৰ স্বত্বাধিকাৰী বিজেপিৰ বিধায়ক মেহতা।

বৰ্তমান এই বিষয়টো আদালতত বিচাৰাধীন হৈ আছে। ১৬ ছেপ্টেম্বৰৰ বাবে শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু তাৰ ২৪ ঘণ্টা পূৰ্বেই বোহৰাই মাটিখিনি ঘূৰাই পালে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PMModi
Share4Tweet3Send

Related Posts

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

by News Desk
September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
51
ADVERTISEMENT
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d