ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

নিউজ ডেস্কঃ

News Desk by News Desk
September 16, 2026
Reading Time: 1 min read
A A
0
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

RELATED POSTS

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

পাকিস্তান সীমান্তৰ সমীপৰ ৰাজস্থানৰ থৰ মৰুভূমি আৰু চীন নিয়ন্ত্ৰিত তিব্বতৰ সমীপৰ উত্তৰাখণ্ডৰ হিমালয়ত ভাৰত আৰু আমেৰিকান সেনাই যৌথ যুদ্ধ অনুশীলন আৰম্ভ কৰিছে। মঙলবাৰৰ পৰা আৰম্ভ হোৱা ‘যুদ্ধ অনুশীলন ২০২৬’ শীৰ্ষক অনুশীলনত দুয়োখন দেশৰ প্ৰায় ১২০০ জোৱান আৰু বিষয়াই অংশগ্ৰহণ কৰিছে।

২০০২ চনৰ পৰা আৰম্ভ হোৱা ভাৰত-আমেৰিকাৰ ‘যুদ্ধ অনুশীলন’ৰ ২২ সংখ্যক পৰ্যায়ৰ এই যৌথ যুদ্ধ অনুশীলন দুটা স্থানত ৰাজস্থানৰ বিকানেৰ জিলাৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু উত্তৰাখণ্ডৰ আউলীৰ ‘ফৰেইন ট্ৰেইনিং ন’ড’ত একেলগে অনুষ্ঠিত হৈছে। দুয়োখন দেশৰ সেনাবাহিনীৰ ৬০০ জোৱানে মৰুভূমি আৰু পৰ্বত যুদ্ধৰ অনুশীলনত যোগদান কৰিছে। ভাৰতীয় সেনাৰ ১৪ ইনফেণ্ট্ৰি (পদাতিক) ডিভিজন আৰু আমেৰিকা সেনাৰ ১১ নং এয়াৰবৰ্ণ ডিভিজনৰ জোৱানসকলে যুদ্ধ অনুশীলনত যোগদান কৰিছে। ২৮ ছেপ্টেম্বৰলৈকে চলিব এই অনুশীলন।

ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

মঙলবাৰে আউলিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাৰ ১৪ ইনফেণ্ট্ৰি ডিভিজনৰ জিঅ’চি মেজৰ জেনেৰেল অমৰেশ গুঞ্জন আৰু আমেৰিকা সেনাৰ ১১ নং এয়াৰবৰ্ণ ডিভিজনৰ ১ ইনফেণ্ট্ৰি ব্ৰিগেড কম্বেট টীমৰ অধিনায়ক কৰ্ণেল বেঞ্জামিন জেকমেন উপস্থিত থাকে। ভাৰতীয় সেনাই দাবী কৰিছে যে এই যৌথ সামৰিক অনুশীলনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰসংঘৰ আদেশৰ সপ্তম অনুচ্ছেদ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সামৰ্থ্য বৃদ্ধি কৰা।

কিন্তু সামৰিক বিশ্লেষকৰ এটা অংশৰ মতে, দক্ষিণ চীন সাগৰৰ সমীপত যৌথ নৌসেনাৰ অনুশীলনৰ পাছত চীন আৰু পাকিস্তানৰ সীমান্তৰ সমীপত ভাৰত আৰু আমেৰিকান বাহিনীয়ে যিদৰে হাতত হাত মিলাই কাম কৰিবলৈ আৰম্ভ কৰিছে, তাৰ ফলত বেইজিং আৰু ইছলামাবাদৰ ওপৰত হেঁচা বৃদ্ধি কৰিব। সামৰিক সূত্ৰ অনুসৰি, এইবাৰ এই অনুশীলনত আধুনিক প্ৰযুক্তিৰ সংহতি, ড্ৰ’নৰ ব্যৱহাৰ আৰু বহু ডমেইন যুদ্ধ চলোৱাৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: USIndiawarexercise
Share4Tweet3Send

Related Posts

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

by News Desk
September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

by News Desk
September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

by News Desk
September 15, 2026
51
PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি
National-International

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

by News Desk
September 15, 2026
51
ADVERTISEMENT
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

September 16, 2026
50
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d