ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

নিউজ ডেস্কঃ

News Desk by News Desk
September 17, 2026
Reading Time: 1 min read
A A
0
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

RELATED POSTS

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

চীন ডেম’ক্ৰেচি পাৰ্টিৰ অধ্যক্ষ ৱানজুন শ্বিয়ে দাবী কৰে যে ব্ৰিকছ (BRICS) সন্মিলনৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ ষ্ট্ৰোকত আক্ৰান্ত হৈ চেতনা হেৰুৱাইছিল আৰু তেওঁক চিকিৎসাৰ বাবে বিশেষ বিমানত চীনলৈ লৈ যোৱা হয়। কিন্তু এই বিষয়ত চীনৰ পৰা কোনো চৰকাৰী তথ্য পোৱা নাই আৰু এই দাবীৰ সত্যতা নিৰ্ণয় কৰিব পৰা হোৱা‌ নাই। যিহেতু পোষ্টটোত থকা তথ্যসমূহ প্ৰকৃত তথ্যৰ সৈতে বিসঙ্গতিপূৰ্ণ, গতিকে ইয়াত এক্সৰ ‘কমিউনিটি নোট’ যোগ কৰা হৈছে। আনহাতে, ব্ৰিকছ সন্মিলনৰ পৰা উভতি যোৱাৰ সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাও অসুস্থ হৈ পৰাৰ দাবী।

উল্লেখযোগ্য যে কিছু জল্পনা-কল্পনা আৰু কিছু সত্য খবৰৰ সৈতে অনুমান মিহলাই এই খবৰ প্ৰকাশ কৰা বুলি দাবী। এই দুয়োৰে সংমিশ্ৰণত কোনো কোনো মহলে দাবী কৰিছিল যে দিল্লীৰ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত একাধিক ৰাষ্ট্রপ্রধান অসুস্থ হৈ পৰে। অৱশ্যে বৃহস্পতিবাৰে বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে জনায় যে এই সংক্ৰান্তীয় সকলো খবৰ ভুৱা।

ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং!

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি চাইনা ডেম’ক্ৰেচি পাৰ্টিৰ নেতাজনে লিখিছে যে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত থকা চিকিৎসকে দিল্লীত জৰুৰী চিকিৎসা প্ৰদান কৰিছিল। ইয়াৰ পিছত এখন বিশেষ বিমানে তেওঁক চীনলৈ লৈ যায়। বিমানখন বেইজিং বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক এখন সামৰিক হেলিকপ্টাৰলৈ লৈ যোৱা হয়। তাৰ পৰা বেইজিঙৰ ৩০১ নং চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। ৱানজুনে দাবী কৰে যে জিংপিঙৰ মেডিকেল ব’ৰ্ডে বিশ্বাস কৰে যে তেওঁৰ ইস্কেমিক ষ্ট্ৰ’ক (চেৰিব্ৰেল ইনফাৰ্কচন) হৈছে। উল্লেখযোগ্য যে এনে ষ্ট্ৰোকৰ ফলত মগজুলৈ তেজৰ যোগান বন্ধ হৈ পৰে। ডেম’ক্ৰেচি পাৰ্টিৰ নেতাজনে দাবী কৰে, “ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ কোনো চিকিৎসালয়ত চিকিৎসা কৰিবলৈ সন্মত হোৱা নাছিল।” ৱানজুনে লগতে দাবী কৰে যে জিংপিঙৰ চিকিৎসা হ’লে তেওঁৰ স্বাস্থ্যৰ সৈতে জড়িত তথ্য ভাৰতৰ হাতত আহিব পাৰে বুলি ভয়তে চীনৰ ৰাষ্ট্ৰপতিয়ে এই সিদ্ধান্ত লৈছে। উল্লেখ যে জিংপিঙৰ ভ্ৰমণ তালিকাত আমেৰিকাও আছিল। অৱশ্যে এতিয়া সেয়া সম্ভৱ হ’বনে নহয় সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে।

আনহাতে, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পৰা উভতি যোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে অসুস্থতাৰ বাবে চিকিৎসা ছুটীত থকা বুলি এক অধিসূচনা জাৰি কৰিছে। এই সময়ছোৱাত তেওঁ কোনো জনসংযোগ কাৰ্যসূচীত অংশগ্ৰহণ নকৰে। এই সময়ছোৱাত দেশক প্ৰতিনিধিত্ব কৰিব কেবিনেট সদস্যসকলে। অৱশ্যে ভাৰত ভ্ৰমণৰ সময়তে অসুস্থ হৈ পৰে নে ঘৰলৈ উভতি যোৱাৰ পিছত তেওঁ অসুস্থ হৈ পৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীও চিকিৎসাৰ ছুটীত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

by News Desk
September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

by News Desk
September 17, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

by News Desk
September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

by News Desk
September 16, 2026
52
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

by News Desk
September 16, 2026
51
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
52
ADVERTISEMENT
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026
50
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d