India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
এক্সপৰ্ট-ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া (Export-Import Bank of India) (ইণ্ডিয়া এক্সিম বেংক)-এ পূৰ্বানুমান কৰিছে যে ২০২৯-৩০ বৰ্ষৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল (Northeast ...







