ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Smal 3 | ASSAM TIMES POST
‎‎এক্সপৰ্ট-ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া (Export-Import Bank of India) (ইণ্ডিয়া এক্সিম বেংক)-এ পূৰ্বানুমান কৰিছে যে ২০২৯-৩০ বৰ্ষৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল (Northeast India) (এনইআৰ)ৰ পৰা হোৱা ৰপ্তানি (Export) ৯২৯.২ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১.৫ বিলিয়ন মাৰ্কিন ডলাৰ (1.5 billion US dollars) হ’বগৈ পাৰে। অৱশ্যে ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰ্দিষ্ট নীতিগত পদক্ষেপ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰপ্তানি বহুমুখীকৰণৰ দৰে পদক্ষেপসমূহ ৰূপায়ণ কৰিব লাগিব। গুৱাহাটীত ইণ্ডিয়া এক্সিম বেংক আৰু নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন লিমিটেড (নেডফি)ৰ যৌথ উদ্যোগত আয়োজিত “এমএছএমই: উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন” শীৰ্ষক এক আলোচনা চক্ৰত এই প্ৰতিবেদনখন প্ৰকাশ কৰা হয়।

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

”ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ— ৰপ্তানিৰ প্ৰেক্ষাপট আৰু নীতিগত অন্তৰ্দৃষ্টি” শীৰ্ষক এই অধ্যয়নমূলক প্ৰতিবেদনখন নেডফি-ৰ অধ্যক্ষ পিভিএছএলএন মূৰ্তি আৰু আইআইটি গুৱাহাটী ইনকিউবেচন চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৰ্মি বৰগোহাঁইয়ে এক্সিম বেংকৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত উন্মোচন কৰে। এই অধ্যয়ন অনুসৰি, যোৱা এক দশকত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি সুস্থিৰভাৱে বৃদ্ধি পাইছে। অঞ্চলটোৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৪-১৫ বৰ্ষৰ ২.৮ ট্ৰিলিয়ন টকাৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ বৰ্ষত ৫.১ ট্ৰিলিয়ন টকা হৈছেহি।

bank1 | ASSAM TIMES POST
২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা

সমগ্ৰ অঞ্চলটোৰ মুঠ অৰ্থনৈতিক উৎপাদনৰ ৬৩.৫ শতাংশ অংশদাৰিত্বৰে অসমে আঞ্চলিক অৰ্থনীতিত নিজৰ আধিপত্য বজাই ৰাখিছে। প্ৰতিবেদনখনত ভাৰতৰ এক্ট ইষ্ট আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰা হৈছে। চুবুৰীয়া দেশ আৰু আছিয়ান বজাৰসমূহৰ বাবে এই অঞ্চলটো এক সম্ভাৱ্য বাণিজ্য কেন্দ্ৰ আৰু বাণিজিক দুৱাৰমুখ হ’ব পাৰে বুলি ইয়াত দোহৰা হৈছে।

প্ৰতিবেদনখনত চাহৰ বাহিৰেও অন্যান্য সামগ্ৰীৰ ৰপ্তানি বহুমুখীকৰণ কৰা, কৃষি-সংসাধন শক্তিশালী কৰা, গুণগত মান পৰীক্ষাৰ আন্তঃগাঁথনি উন্নত কৰা, বহুমুখী পৰিবহণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰা আৰু উত্তৰ-পূবৰ ৰপ্তানি প্ৰতিযোগিতা তথা দক্ষিণ-পূব এছিয়াৰ সৈতে অৰ্থনৈতিক সংহতি বৃদ্ধিৰ বাবে এক উত্তৰ-পূব ৰপ্তানি প্ৰসাৰ পৰিষদ গঠনৰ বিভিন্ন দিশসমূহ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হৈছে।

Tags: ‎IndiaEximBank
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx