Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
দুৰ্গা পূজা আৰু দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৰে’ল কৰ্মচাৰীসকলক (Indian Railway) দিলে ভাল খবৰ। বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় ...








