ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

নিউজ ডেস্কঃ

News Desk by News Desk
June 30, 2026
Reading Time: 1 min read
A A
0
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

RELATED POSTS

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

New Logo Smal 3 | ASSAM TIMES POST

পৰিৱেশ অনুকূল আৰু প্ৰদূষণমুক্ত ৰে’ল সেৱাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেয়ে এক অনন্য নজিৰ গঢ়ি তুলিছে। দেশৰ প্ৰথমখন হাইড্ৰ’জেন ফিউৱেল চেল (Hydrogen fuel cell) চালিত ৰে’লক (Indian rail) বাণিজ্যিকভাৱে চলাচলৰ বাবে সেউজ সংকেত দিয়া হৈছে। এই ৰে’লখন হাৰিয়ানাৰ উত্তৰ ৰে’লৱেৰ ‘জিন্দ-সোনেপাট’ অংশত চলিব। দাবী কৰা হৈছে যে ব্ৰডগজ লাইনত চলা এইখনেই হ’ব বিশ্বৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাইড্ৰ’জেন চালিত ৰে’ল। এই কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সূত্ৰই।

এই ঐতিহাসিক পদক্ষেপে ভাৰতীয় ৰে’লৱেক প্ৰথম বিশ্বৰ দেশসমূহৰ সমতুল্য কৰি তুলিছে। জাৰ্মানী, জাপান, চীন, আমেৰিকাৰ দৰে বিশ্বৰ মুষ্টিমেয় দেশৰ অভিজাত ক্লাবত যোগদান কৰিছে ভাৰতে। এই দেশসমূহে মূলতঃ হাইড্ৰ’জেন চালিত ৰে’ল ব্যৱস্থাৰ কাম কৰি আছে।

হাইড্ৰ’জেন ৰে’লৰ মূল বৈশিষ্ট্যসমূহ :

১) ৰে’লখনত মুঠ ১০ টা ডবা থাকিব। ইয়াৰ প্ৰপালচন ব্যৱস্থাটো ১২০০ কিলোৱাট হাইড্ৰ’জেন ইন্ধন চেলৰ দ্বাৰা চালিত হ’ব।
২) ৰে’লখনৰ বাণিজ্যিক গতিবেগ ঘণ্টাত সৰ্বাধিক ৭৫ কিলোমিটাৰ হ’ব। অৱশ্যে ট্ৰায়েল ৰানৰ সময়ত প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।
৩) ৰে’লখনৰ দুয়ো মূৰত দুখন ড্ৰাইভিং পাৱাৰ গাড়ী থাকিব। ইয়াৰে প্ৰত্যেকৰে শক্তি ১২০০ কিলোৱাট। ফলত মুঠ শক্তি উৎপাদন হ’ব ২৪০০ কিলোৱাট। বাকী ৮টা ডবা যাত্ৰীৰ বাবে হ’ব।
৪) হাইড্ৰজেন গেছৰ সম্পূৰ্ণৰূপে ইন্ধন ভৰোৱাৰ পিছত ৰে’লখনে প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।

IMG 20260628 191046 | ASSAM TIMES POST
ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰে?

হাইড্ৰ’জেন ইন্ধন চেল প্ৰযুক্তিত হাইড্ৰ’জেনৰ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব পাৰি। এই প্ৰক্ৰিয়াত কোনো ক্ষতিকাৰক গেছ নিৰ্গত নহ’ব। বৰঞ্চ উপ-উৎপাদন হিচাপে কেৱল জলীয়বাষ্প আৰু তাপহে উৎপন্ন হ’ব। অৰ্থাৎ ৰে’লখন চলিলে নিজেই বিদ্যুৎ উৎপাদন কৰিব। যিটো ডিজেল বা অন্যান্য জীৱাশ্ম ইন্ধনৰ তুলনাত সম্পূৰ্ণ প্ৰদূষণমুক্ত।

এই ৰে’লখনত সুৰক্ষাকো সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। ৰে’লখনৰ সন্মুখ আৰু পিছফালে ২৭টাকৈ মুঠ ৫৪টা হাইড্ৰ’জেন চিলিণ্ডাৰ স্থাপন কৰা হৈছে। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি হাৰিয়ানাৰ জিন্দত হাইড্ৰ’জেন সংৰক্ষণ আৰু ইন্ধন ভৰোৱা ষ্টেচন নিৰ্মাণ কৰা হৈছে। ইয়াক দেশৰ ‘পেট্ৰ’লিয়াম এণ্ড এক্সপ্ল’ছিভছ ছেফটি অৰ্গেনাইজেচন’ৰ (পিইএছঅ’) অনুমোদন জনাইছে। কোনো দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সমগ্ৰ ব্যৱস্থাটোত উন্নত হাইড্ৰ’জেন লীক ডিটেক্টৰ আৰু ফ্লেম (জুই) ডিটেক্টৰ ছোন্সৰো স্থাপন কৰা হৈছে।

‘নমো গ্ৰীণ ৰে’ল’ প্ৰকল্পৰ অধীনত সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই ৰে’লখন। লক্ষ্ণৌৰ ৰিছাৰ্চ ডিজাইনছ এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেচোনো এই ডিজাইন প্ৰস্তুত কৰিছে। চেন্নাইৰ ইণ্টিগ্ৰেল ক’চ ফেক্টৰীয়ে এই ৰে’লখন নিৰ্মাণ কৰিছে।

ইতিমধ্যে ভাৰতীয় ৰে’লৱেই ব্ৰডগজ নেটৱৰ্কৰ প্ৰায় ৯৯.২ শতাংশ বিদ্যুৎ সংযোগ কৰিছে। গতিকে গতানুগতিক বৈদ্যুতিক ৰে’লৰ বিকল্প হিচাপে এই হাইড্ৰ’জেন ৰে’ল চলোৱা হোৱা নাই। এই পৰিৱেশ অনুকূল ৰে’লসমূহ মূলতঃ ভাৰতৰ পৰম্পৰাগত পথত আৰু ভৌগোলিক কাৰণত ওপৰত ইলেক্ট্ৰি’ক কেবল স্থাপন কৰাটো কঠিন হোৱা অঞ্চলত চলিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndianRailway
Share4Tweet3Send

Related Posts

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

by News Desk
October 15, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

by News Desk
October 15, 2026
50
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
National-International

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

by News Desk
October 15, 2026
50
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

by News Desk
October 14, 2026
51
Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ
National-International

Air India : মাজ আকাশত অপহৰণৰ ভাবুকি, জাৰ্মানীৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰীকালীন অৱতৰণ

by News Desk
October 14, 2026
51
Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?
National-International

Jantar Mantar : কিয় ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিল যন্তৰ-মন্তৰ ?

by News Desk
October 14, 2026
52
ADVERTISEMENT
Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

October 15, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

October 15, 2026
50
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
National-International

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

October 15, 2026
50
Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত
National-International

Delhi protest : দিল্লীৰ প্ৰতিবাদক লৈ দ্বিধাভক্ত হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ, এটা দলৰ আৰক্ষীক গৰিহণা আনটো দল নৰেন্দ্ৰ মোদীৰ পক্ষত

October 14, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

October 15, 2026
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

October 15, 2026
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d