Kalpana Chetia felicited I বোকাখাতৰ বিশিষ্ট লেখিকা, কবি কল্পনা চেতিয়াক সাংস্কৃতিক মহাসভা, অসমৰ সম্বৰ্ধনা
বোকাখাত (Bokakhat)ৰ বিশিষ্ট লেখিকা, কবি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়াক সাংস্কৃতিক মহাসভা, অসমৰ তৰফৰ পৰা আজি ...







