Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
মহাৰাষ্ট্ৰত (Maharashtra) সংঘটিত হৈছে এক বৃহৎ গাখীৰ কেলেংকাৰী (Milk adulterated Milk)। ৰাজ্যখনৰ ধৰাশিৱ জিলাৰ ভুম অঞ্চলত ডিটাৰজেণ্ট, পাম অইল আনকি ...







