PAF : কাবুলসহ বহু আফগান চহৰত বোমাবৰ্ষণ পাক বায়ুসেনাৰ : আক্ৰমণ বন্ধ নহ’লে ইছলামাবাদ ধ্বংসৰ হুংকাৰ তালিবানৰ
পাকিস্তান বায়ু সেনা (Pakistan Air Force)ই আফগানিস্তানত আন এক ডাঙৰ আক্ৰমণ (Attack in Afghanistan) চলাইছে। পাকিস্তানৰ বিৰুদ্ধে শুকুৰবাৰে পুৱতি নিশাৰ ...







