Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
ভাৰতৰ পৰিষ্কাৰ শক্তিৰ দৃশ্যপট পৰিৱৰ্তন আৰু শক্তিৰ স্বনিৰ্ভৰশীলতা শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি (Flagship rooftop ...








