Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান
ডিফু, ৫ জানুৱাৰীঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা হৈছে ‘ৰংকেৰ কাৰক্লি’ অৰ্থাৎ ৰংকেৰ পূজা (Rongker Puja)৷ প্ৰতিবছৰৰ দৰে এইবেলিও ...







