ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান

ষ্টাফ ৰিপ’ৰ্টাৰঃ

News Desk by News Desk
January 5, 2026
Reading Time: 1 min read
A A
0
Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান

RELATED POSTS

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

New Logo Smal | ASSAM TIMES POST

ডিফু, ৫ জানুৱাৰীঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা হৈছে ‘ৰংকেৰ কাৰক্লি’ অৰ্থাৎ ৰংকেৰ পূজা (Rongker Puja)৷ প্ৰতিবছৰৰ দৰে এইবেলিও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুই পাৰ্বত্য জিলাৰ গাঁৱে গাঁৱে আজি ৫ জানুৱাৰীৰ দিনটোত ৰংকেৰ পূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে৷ মূলতঃ কৃষিপ্ৰধান কাৰ্বি জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে আৰু নিজ নিজ গাঁৱক অপায়-অমংগলৰ পৰা ৰক্ষা কৰাৰ বাবে কাৰ্বি জনগোষ্ঠীয়ে অতীজৰে পৰা ৰংকেৰ পূজা আয়োজন কৰি আহিছে৷

Karbi | ASSAM TIMES POST
দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি

পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলৰ বিভিন্ন গাঁৱতো এক উখল-মাখল পৰিৱেশত পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু বলি-বিধানেৰে ৰংকেৰ পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ ইয়াৰ লগতে ডিফু চহৰতো বিভিন্ন প্ৰান্তত ৰংকেৰ পূজা উদ্‌যাপন কৰা পৰিলক্ষিত হয়৷ আনহাতে পৱিত্ৰ ৰংকেৰ পূজা উপলক্ষে দুয়োখন পাৰ্বত্য জিলাৰ জনসাধাৰণলৈ নিজৰ শুভেচ্ছা প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক বৰ্ষই দুয়োখন পাৰ্বত্য জিলালৈ শান্তি-সম্প্ৰিতী আৰু উন্নতি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RongkerPuja
Share5Tweet3Send

Related Posts

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
60
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
52
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
57
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

by News Desk
September 29, 2026
68
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

by News Desk
September 23, 2026
59
ADVERTISEMENT
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
52
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
51
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
60
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

October 4, 2026
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d