Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ
সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি। টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে AJYCPৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ। কেইবাশতাধিক নেতা-কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ ...







