ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

New Logo Smal 4 | ASSAM TIMES POST

সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি। টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে AJYCPৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ। কেইবাশতাধিক নেতা-কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে মেৰামতি নকৰা পৰ্যন্ত টোলকৰ নিদিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে টোলগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCPৰ নেতা-কৰ্মীসকলে।

উল্লেখ্য, দুদিন পূৰ্বে ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সাময়িকভাৱে টোলকৰ সংগ্ৰহ বন্ধ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ টোলকৰ সংগ্ৰহ আৰম্ভ কৰাত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল।

আজি AJYCPৰ নেতৃত্বত পুনৰ টোলগেটত প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে মেৰামতি নোহোৱা পৰ্যন্ত টোলকৰ নিদিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ AJYCPৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sonapurtollgate
Share5Tweet3Send

Related Posts

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

by News Desk
October 8, 2026
50
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

by News Desk
October 7, 2026
51
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
ADVERTISEMENT
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d