Trinamool Congress : বাওঁপন্থী আৰু অতি-বাওঁপন্থী দলক তৃণমূলৰ সৈতে মিত্ৰতা গঠন কৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীৰ
তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) প্ৰধান মমতা বেনাৰ্জীয়ে (Mamata Banerjee) বাওঁপন্থী (Left-wing) আৰু অতি-বাওঁপন্থী দল (far-left parties)সমূহক তৃণমূলৰ সৈতে মিত্ৰতা গঠন ...








