Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
ত্ৰিপুৰাত এনডিএৰ (Tripura NDA) দুই অংশীদাৰ বিজেপি আৰু টিপ্ৰা মাথাৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। মঙলবাৰে ত্ৰিপুৰা জনজাতি আঞ্চলিক স্বায়ত্তশাসিত ...







