Assam

Assam News - Latest news in Assamese and English from Assam

Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

আগন্তুক মেট্ৰিক আৰু উচ্চতৰ ( মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ (HSLC Exam) দিন ঘোষণা। ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ...

Zubeen Garg । ১৯৭২-২০২৫ : অৰ্ধ শতিকাজোৰা জুবিন গাৰ্গৰ যৱনিকা

Zubeen Garg death case I জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ বিশেষ ধাৰা প্ৰয়োগত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুৰ গোচৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আন এক সফলতা। এইবাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলোৱাৰ ক্ষেত্ৰত...

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

Zubeen Garg birthday । কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন প্ৰাণৰ শিল্পীৰ, কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি উন্মোচন

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী, ঐশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ (Zubeen Garg) কায়িক অনুপস্থিতিত ভগ্ন হৃদয়েৰেই ৰাজ্যবাসীয়ে আজি উদযাপন কৰে জন্মদিন।...

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডনত। ইতিমধ্যে অসম তথা ভাৰত চৰকাৰৰ...

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

অহা ১৯ নৱেম্বৰত জুবিন গাৰ্গক (Zubeen Garg) স্মৰণৰ উদ্দেশ্যে ৰাজ্যৰ কণ্ঠশিল্পীসকলে আয়োজন কৰিছে এক বিশাল সাংস্কৃতিক অনুষ্ঠানৰ। এই অনুষ্ঠানৰ নাম...

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

বিশ্ব ক্ৰিকেটত শ্ৰেষ্ঠত্ব অৰ্জন কৰি দেশৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম উজ্বল তাৰকা 'অসম সৌৰভ'...

অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক

অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত অব্যাহত আছে নিচাযুক্ত ড্ৰাগছৰ বেহা (Drug Seized) ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বাজি ৩০ মিনিটত এক গোপন...

Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা হঠাতে পদত্যাগ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (Bhashkarjyoti Mahanta)৷ সামাজিক মাধ্যমযোগে এই...

Page 24 of 1408 1 23 24 25 1,408
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist