ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত উত্তৰ- পূৰ্বাঞ্চল ৰাজ্যৰ ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা ২০১৯,উদ্ধোধনী খেলত ছিকিমৰ হাতত ত্ৰিপুৰা ২-১ গ’লৰ ব্যৱধানত পৰাজিত

ASSAM TIMES POST by ASSAM TIMES POST
July 17, 2019
Reading Time: 1 min read
A A
0
ডিফুত উত্তৰ- পূৰ্বাঞ্চল ৰাজ্যৰ ১৯ অনুৰ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতা ২০১৯,উদ্ধোধনী খেলত ছিকিমৰ হাতত ত্ৰিপুৰা ২-১ গ’লৰ ব্যৱধানত পৰাজিত

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

ASSAM TIMES POST,ডিফুঃ আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হোৱা উত্তৰ – পূৰ্বাঞ্চল ৰাজ্যৰ ১৯ বছৰ অনুৰ্দ্ধ ছোৱালী ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ছিকিম একাদশে ত্ৰিপুৰা একাদশক ২- ১ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধানে ডিফুৰ নৱনিৰ্মিত কাছা স্পৰ্টছ কমপ্লেক্সত আয়োজন কৰা নক্ আউট পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত ছিকিম একাদশৰ হাতত ত্ৰিপুৰা একাদশে ২- ১ গ’ লত পৰাজয় বৰণ কৰে ৷ প্ৰথমাৰ্দ্ধৰ ৮ মিনিট ৫ ছেকেণ্ডত ছিকিমৰ হৈ ৭ নম্বৰ জাৰ্ছীৰ লক্ষ্মী থাতালে ত্ৰিপুৰা গলৰক্ষাকক পৰাভূত কৰি ১ গ’ল দি দলক ১- ০ ৰ অগ্ৰগতি প্ৰদান কৰে ৷

ইয়াৰ পিছত ত্ৰিপুৰা একাদশে সমতা স্থাপন কৰিব নোৱাৰিলে যদিও দ্বিতীয়াৰ্দ্ধৰ খেল সমাপ্তি হ’বলৈ কিছুপূৰ্বে ৮৮ মিনিট ৯ ছেকেণ্ডত ছিকিম এক গ’ল দি সমতা স্থাপন কৰে ৷ ইয়াৰ ক্ষন্তেক পিছতে প্ৰতিযোগিতাৰ অতিৰিক্ত সময়ৰ ২ ছেকেণ্ডতে ছিকিম একাদশৰ কৰিশ্মা ৰয়ে ত্ৰিপুৰা একাদশক দ্বিতীয়টো গ’ল দি দলক প্ৰথম বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হয়৷ আজিৰ খেলখন পৰিচালনা কৰে ডকমকাৰ বল’ন টকবিপীয়ে, তেওঁক লাইনত সহায় কৰে ক্ৰমে, লাংহিনৰ টিনা বসুমতাৰী আৰু হানজাংলাংছৰ লক্ষী কিলিংপীয়ে ৷

চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে হামৰেণৰ ভেৰ’ণিকা টিচ’পীয়ে ৷ কাইলৈ প্ৰতিযোগিতা বাকী থকা খেলসমূহত পুৱাৰ পৰাই নক পৰ্যায়ত খেলোৱা হ’ব ৷ প্ৰতিযোগিতাখনত উত্তৰ- পূৰ্বাঞ্চল ৰাজ্যৰ অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল মিজোৰাম আৰু ছিকিমে অংশ গ্ৰহণ কৰিছে৷ প্ৰতিযোগিতাৰ ছেমিফাইনেল ক’হিমাত খেলোৱা হ’ব৷ আনহাতে বৰ্ণাঢ্য কাৰ্যসূচীলৈ আয়োজন কৰা উদ্বোধনী প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাইফলছৰ মেজৰ জেনেৰেল পিচি নায়াৰ ৷ উদ্বোধনী খেলখনত কাৰবি কালচাৰেল ট্ৰুপ আৰু মনোমোহা নৃত্য আৰু আসম ৰাইফলৰ মিউজিকেল বেণ্ডে উপস্থিত দৰ্শকক আপ্লুত কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d