ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Election Result | কৰ্ণাটকত কংগ্ৰেছ কৰ্মীৰ উৎসৱ আৰম্ভ, গণনাৰ আৰম্ভণিতে কংগ্ৰেছৰ অগ্ৰগতি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 13, 2023
Reading Time: 1 min read
A A
0
Karnataka Election Result | কৰ্ণাটকত কংগ্ৰেছ কৰ্মীৰ উৎসৱ আৰম্ভ, গণনাৰ আৰম্ভণিতে কংগ্ৰেছৰ অগ্ৰগতি

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

অৱশেষত কৰ্ণাটক (Karnataka Election) কংগ্ৰেছে (Congress) দখল কৰিছে নেকি? গণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি কংগ্ৰেছ আগবাঢ়ি আছে বিজেপিক‌ পিছপেলাই। শনিবাৰে পুৱা ৮ বজাৰ পৰা গণনা আৰম্ভ হোৱাৰ পিছৰে পৰা কংগ্ৰেছ আৰু বিজেপিৰ (BJP) মাজত যুঁজ চলি আছে। কিন্তু সময়ৰ লগে লগে কংগ্ৰেছে বিজেপিক এৰি থৈ আগুৱাই গৈছে। ভোট গণনাৰ গতি দেখি আনন্দিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল।

Karnataka Election Result
Congress Speeds towards Truimph

শনিবাৰে পুৱা নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে ঢোল বজাই নাচি থকা দেখা যায়। তেনে এটা ভিডিঅ’ পোহৰলৈ আহিছে। সংবাদ সংস্থা এএনআইয়ে টুইট কৰা ভিডিঅʼটোত দেখা গৈছে যে কংগ্ৰেছ কৰ্মীসকলে এই উৎসৱ উদযাপন কৰিছে।

এই প্ৰতিবেদন লিখাৰ সময়ত কংগ্ৰেছে ১০৪খন আসনত আগবাঢ়ি আছে। ৮৩খন আসনত আগবাঢ়ি আছে বিজেপি। ২৩খন আসনত আগবাঢ়ি আছে জেডিএছ। কৰ্ণাটক বিধানসভাৰ ২২৪খন আসনত ‘মেজিক নম্বৰ’ হৈছে ১১৩ । অৱশেষত কৰ্ণাটকত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে নাই সেয়া কেইঘণ্টামানৰ পিছত স্পষ্ট হʼব। সকলো পক্ষই যদিও জয়ী হোৱাৰ আত্মবিশ্বাসী।

প্ৰায়বোৰ ভোট পৰৱৰ্তী সমীক্ষাত কংগ্ৰেছ আগবাঢ়ি আছে। আকৌ কিছুমানত ফলাফল ত্ৰিকোণীয়া হʼব বুলি ভৱিষ্যদ্বাণী কৰিছে। দিনৰ শেষত কৰ্ণাটকৰ নিৰ্বাচনী যুদ্ধত কোন জয়ী হʼব সেয়া স্পষ্ট হʼব। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত নিঃসন্দেহে কংগ্ৰেছ আগবাঢ়ি আছে বুলি কʼব লাগিব।

Tags: Karnataka
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT