ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 22, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ (Modi’s tenure) বিগত ১০ বছৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পৰীক্ষাত প্ৰশ্নকাকত ফাদিল (Question paper Leak) হোৱাৰ ১৫২টা ঘটনা সংঘটিত (152 incidents occurred) হৈছে। ফলত ৭.৫ কোটি পৰীক্ষাৰ্থী ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এটা গোচৰতো কোনো শাস্তি বা দোষী সাব্যস্ত হোৱাৰ ঘটনা ঘটা নাই। এই অভিযোগ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ (Rahul Gandhi) । বুধবাৰে নতুন দিল্লীৰ ৯এ কোটলা মাৰ্গত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰি তেওঁ কয়, “ভাৰতৰ শিক্ষা ব্যৱস্থা প্ৰৱঞ্চনাৰে ভৰা ব্যৱস্থাত পৰিণত হৈছে।”

বুধবাৰে ৰাহুল গান্ধীৰ সংবাদমেলৰ মূল বিষয় আছিল শেহতীয়াকৈ সংঘটিত প্ৰশ্নকাকত ফাদিলৰ দুৰ্নীতি আৰু নীট কেলেংকাৰীৰ বাবে দিল্লীত ছাত্ৰৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অশান্তি। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, যন্তৰ-মন্তৰৰ ধৰ্ণা আৰু সংসদ ভৱন অভিযানৰ মূল সংগঠক ‘ককৰোচ জনতা পাৰ্টী’ৰ (চিজেপি) নাম এবাৰো অহা নাই।

protest | ASSAM TIMES POST
১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

সংবাদমেলৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে বিৰোধী শিবিৰৰ তিনিটা দাবী উত্থাপন কৰে। নীট কেলেংকাৰীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক লক্ষ্য কৰি তেওঁৰ পদত্যাগ, দিল্লীৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক আক্ৰমণৰ লগত জড়িতসকলক চিনাক্ত কৰি জবাবদিহি কৰা, প্ৰধানমন্ত্ৰী মোদীৰ ক্ষমাপ্ৰাৰ্থনা আদি তালিকাত আছে। ৰায়বেৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীৰ মতে, “ছাত্ৰ-ছাত্ৰীসকল সন্ত্ৰাসবাদী নহয়। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে। তেওঁলোকৰ ওপৰত লাঠিচালনা কৰা, কন্দুৱা গেছ নিক্ষেপ কৰাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অভাৰতীয় আচৰণ।”

দেশৰ শিক্ষা ব্যৱস্থা প্ৰৱঞ্চনামূলক হৈ পৰাৰ বাবে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালে মূল্য দিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয়, “মোদী চৰকাৰে ভাৰতৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস আৰু প্ৰৱঞ্চনামূলক কৰি তুলিছে। আৰ এছ এছে সমগ্ৰ শিক্ষা ব্যৱস্থাটো নিজৰ দখললৈ লৈছে আৰু শিক্ষানুষ্ঠানসমূহ চলাই আছে।” লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ মতে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ‘সম্পূৰ্ণ অক্ষম আৰু অযোগ্য’ বুলি জানিব পৰা গৈছে। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে সংসদত চিজেপিৰ প্ৰতিবাদক লৈ সোমবাৰে দিল্লীত অশান্তিৰ সৃষ্টি হয়।

Tags: RahulGandhi
Share4Tweet3Send

Related Posts

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx