ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
July 22, 2026
Reading Time: 1 min read
A A
0
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

RELATED POSTS

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

New Logo Smal 3 | ASSAM TIMES POST

২৫ দিন ধৰি অনশন অব্যাহত ৰাখিছে সোণম ৱাংচুকে (Sonam Wangchuk)। আনহাতে, যন্তৰ-মন্তৰ এৰিবলৈ অনিচ্ছুক ‘ককৰোচ জনতা পাৰ্টী’ (CJP)। বুধবাৰে পুৱাৰে পৰা পুনৰ জনসমাগম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ এটায়ে দাবী- কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ অভিযান চলোৱাৰ পিছত বুধবাৰে পুনৰ বিজেপি বিৰোধী মিত্ৰজোঁটৰ প্ৰতিবাদ আৰম্ভ হৈছে। এইবাৰ পূৰ্বৰ চাৰিটা দাবীৰ লগত সংযোজন হৈছে অমিত শ্বাহৰ পদত্যাগৰো দাবী।

ইয়াৰ মাজতে এই আন্দোলন নিউয়ৰ্ক, লণ্ডনৰ দৰে বিদেশৰ কিছুমান চহৰলৈও বিয়পি পৰিছে। সংবাদ সংস্থা পিটিআইৰ মতে, অনশন কৰা ৱাংচুকৰ সৈতে সংহতি প্ৰকাশ কৰি নিউয়ৰ্ক আৰু ছান জোছত আমেৰিকাৰ এটা ‘এডভোকেচি গ্ৰুপ’ৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। ‘হিন্দুজ ফৰ হিউমেন ৰাইটছ’ নামৰ দলটোৱে নিউয়ৰ্ক আৰু ছান জোছৰ ইউনিয়ন স্কোৱেৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সমবেত হয়। সেই সমাৱেশৰ পৰাও ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। একেটা গোটৰ সদস্যসকলে আয়াৰলেণ্ডৰ লণ্ডন আৰু ডাবলিনতো প্ৰতিবাদ সাব্যস্ত কৰে।

del1 | ASSAM TIMES POST
যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

নীট প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত চিজেপিৰ সংসদ অভিযানক লৈ সোমবাৰে উত্তপ্ত হৈ পৰে দিল্লী। শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে দমনমূলক কাম কৰা বুলি অভিযোগ উত্থাপন কৰে চিজেপি আৰু বিৰোধী নেতৃত্বই। মঙলবাৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, অখিলেশ যাদৱ, উদ্ধৱ থাকৰেৰ দৰে বিৰোধী নেতাই প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে। মঙলবাৰে সন্ধিয়ালৈকে মোদীৰ বাসগৃহৰ সমীপত প্ৰতিবাদ অব্যাহত থাকে। ৰাহুল গান্ধীক আটক কৰি থানালৈ লৈ যোৱা হয় যদিও নিশা মুকলি কৰি দিয়া হয়। উক্ত নিশা চৰকাৰে পুনৰ আৰক্ষীৰ বিৰুদ্ধে যন্তৰ-মন্তৰত ইটা-শিল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে। মুঠতে সোমবাৰৰ দৰেই মঙলবাৰেও গোটেই দিনটো পৰিৱেশ উত্তপ্ত হৈ থাকে। বুধবাৰে পুৱাৰে পৰাও উত্তপ্ত হৈ আছে।

ইফালে প্ৰধানমন্ত্ৰীৰ আৱাস অভিযানৰ সময়ত বিৰোধী দলসমূহে চাৰিটা দাবী উত্থাপন কৰিছিল। সেইকেইটা হৈছে :

১) ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ।
২) সোমবাৰৰ সংসদ অভিযানৰ সময়ত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা আৰক্ষী জোৱানসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ প্ৰত্যাহাৰ কৰা।
৩) আৰক্ষীৰ বৰ্বৰতাৰ বাবে মোদী চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা, সংসদত অমিত শ্বাহৰ বক্তব্য।
৪) সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোচনা।

আনহাতে, মঙলবাৰে থানাত বন্দী হৈ থকাৰ সময়ত ৰাহুল গান্ধীয়ে পোষ্ট কৰা ভিডিঅ’টোত এটা নতুন দাবী উত্থাপন কৰা হৈছে। সেয়া হৈছে অমিত শ্বাহৰ পদত্যাগ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtestRahulGandhi
Share4Tweet3Send

Related Posts

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
ADVERTISEMENT
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d