ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 29, 2026
Reading Time: 1 min read
A A
0
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

RELATED POSTS

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

New Logo Smal 2 | ASSAM TIMES POST

শীতকাল ওচৰ চাপি অহাৰ লগে লগে দিল্লীবাসীৰ মূৰৰ কামোৰ হৈ পৰে বায়ু প্ৰদূষণ। বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাই মানুহক অস্বস্তিত পেলাইছে। ইয়াক প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ ল’বলগা হৈছে। আগন্তুক শীতকালত দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ কিছু পৰিকল্পনা ঘোষণা কৰিছে কেন্দ্ৰ আৰু দিল্লী চৰকাৰে। বিষাক্ত বায়ুৰ পৰা হাত সাৰিবলৈ লোৱা পদক্ষেপৰ আভাস দিয়া হৈছে। সোমবাৰে কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, লোক নিৰ্মাণ মন্ত্ৰী পৰৱেশ বাৰ্মা আৰু দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছা উপস্থিত থাকে। বৈঠকৰ অন্তত দিল্লীৰ পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কেইবাটাও পৰিকল্পনা ঘোষণা কৰে। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য হ’ল গাড়ী, বাইক বা অটোৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ-পত্ৰ বাধ্যতামূলক কৰা।

‘প্ৰদূষণৰ প্ৰমাণ-পত্ৰ যদি নাই, পেট্ৰ’ল পাম্পত ইন্ধন নাই’, দিল্লীত এই নীতি কঠোৰ কৰা হ’ব বুলি মঞ্জিন্দৰে কয়। তেওঁ কয়, “দিল্লীৰ সকলো পেট্ৰ’ল পাম্পতে ম্যাদ উকলি যোৱা প্ৰদূষণৰ প্ৰমাণ-পত্ৰ পৰীক্ষাৰ বাবে এক অভিযান আৰম্ভ কৰা হ’ব। অক্টোবৰ মাহত জনসজাগতা অভিযানো আৰম্ভ কৰা হ’ব।” পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে তিনিটা স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে ২.৫ লাখ বাহনৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

del 4 | ASSAM TIMES POST
দিল্লীত প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন

দিল্লী চৰকাৰে ইলেক্ট্ৰিক বাছৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। মঞ্জিন্দৰে কয়, “দিল্লী চৰকাৰে আৰু ১৫০ খন ইলেক্ট্ৰিক বাছ পথত চলাব। বৰ্তমান ৰাজধানীত ৫৮৮ খন ইলেক্ট্ৰিক বাছ চলি আছে।” লগতে তেওঁ কয় যে বায়ু প্ৰদূষণ আৰু যান-জঁটৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ এক বিস্তৃত পৰিকল্পনা আছে। প্ৰদূষণ প্ৰৱণ অঞ্চলত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

প্ৰদূষণ ৰোধৰ বাবে পাৰ্কিং মাচুল বৃদ্ধিৰ কথাও চিন্তা কৰিছে চৰকাৰে। তেওঁলোকৰ মতে মাচুল বৃদ্ধিয়ে ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস পাব। মঞ্জিন্দৰে কয় যে ১ নৱেম্বৰৰ পৰা দিল্লীত পাৰ্কিং মাচুল বৃদ্ধি কৰা হ’ব। পাৰ্কিং মাচুল দুগুণ হ’ব পাৰে। ইয়াৰ উপৰি চৰকাৰে কাৰ্যালয়ৰ সময়সূচী সলনি কৰাৰ কথাও চিন্তা কৰিছে। চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীক ‘ৱৰ্ক ফ্ৰম হোম’ কৰিবলৈও নিৰ্দেশ দিয়া হ’ব পাৰে।

দিল্লীত শীতকালত প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰে। যোৱাবাৰ প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছিল যে অৱশেষত উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হৈছিল। পৰিস্থিতি এনে এটা স্তৰত উপনীত হয় যে আদালতে স্পষ্টভাৱে উল্লেখ কৰে যে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপ ‘সম্পূৰ্ণৰূপে বিফল’ হৈছে। এইবাৰ শীতকাল অহাৰ আগতেই চৰকাৰৰ ভিতৰতে প্ৰদূষণক লৈ উদ্বেগ আৰম্ভ হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DelhiPollution
Share4Tweet3Send

Related Posts

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

by News Desk
September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

by News Desk
September 28, 2026
52
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
53
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
52
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
52
ADVERTISEMENT
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
50
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

September 29, 2026
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d