Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
শীতকাল ওচৰ চাপি অহাৰ লগে লগে দিল্লীবাসীৰ মূৰৰ কামোৰ হৈ পৰে বায়ু প্ৰদূষণ। বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাই মানুহক অস্বস্তিত পেলাইছে। ...















