ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Pollution : ধোঁৱাৰ আৱৰণেৰে আবৃত দিল্লী, বায়ুৰ গুণমান হ্ৰাসৰ লগে লগে উদ্বেগ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
October 18, 2024
Reading Time: 1 min read
A A
0
Delhi Pollution : ধোঁৱাৰ আৱৰণেৰে আবৃত দিল্লী, বায়ুৰ গুণমান হ্ৰাসৰ লগে লগে উদ্বেগ বৃদ্ধি

RELATED POSTS

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

New Logo Smal 2 | ASSAM TIMES POST

অক্টোবৰ মাহৰ লগে লগে দিল্লীৰ বায়ুৰ গুণাগুণ (Delhi’s air quality) হ্ৰাস পাবলৈ আৰম্ভ কৰে। শুকুৰবাৰে পুৱা ৰাজধানীক ধোঁৱাই আৱৰি ধৰে। বায়ুৰ গুণমান সূচকাংক (AQI) হৈছে ২৯৩। যিটো ‘বেয়া’ শ্ৰেণীৰ ভিতৰত পৰে। দীপাৱলীৰ পূৰ্বে দিল্লীৰ বায়ুৰ গুণমান হ্ৰাস (Deterioration in Delhi’s air quality) পাবলৈ আৰম্ভ কৰাত উদ্বেগ বৃদ্ধি পাইছে প্ৰশাসনৰ।

শুকুৰবাৰে পুৱা ৮ বজাত দিল্লীৰ আনন্দ বিহাৰৰ বায়ুৰ গুণমান আছিল ৩৩৯। যিটো ‘অতি বেয়া’ শ্ৰেণীৰ অন্তৰ্গত। ইণ্ডিয়া গে’টত এই সময়ত এ কিউ আই আছিল ২৭০। দ্বাৰকা ছেক্টৰ ৮ত ই হৈছে ৩২৫। মঙলবাৰে বায়ুৰ গুণমান কিছু উন্নত হয় যদিও বুধবাৰৰ পৰা পুনৰ পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰে। এফালে দীপাৱলী ওচৰ চাপি আহিছে, তাৰ পূৰ্বেই ৰাজধানীৰ প্ৰদূষণৰ পৰিস্থিতিয়ে বিপদ মাতিবলৈ আৰম্ভ কৰিছে।

Delhi | ASSAM TIMES POST
ধোঁৱাৰ আৱৰণেৰে আবৃত দিল্লী, বায়ুৰ গুণমান হ্ৰাসৰ লগে লগে উদ্বেগ বৃদ্ধি

অৱশ্যে প্ৰদূষণ ৰোধৰ বাবে আগতীয়াকৈ সকলো প্ৰস্তুতি চলাইছে দিল্লী চৰকাৰে। সপ্তাহটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী আতিশী আৰু পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে প্ৰদূষণ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। প্ৰদূষণ প্ৰতিৰোধৰ বাবে গঠন কৰা হৈছে ৯৯টা দল। লোক নিৰ্মাণ বিভাগে ২০০টা ‘ধোঁৱাবিৰোধী বন্দুক’ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। দিল্লী পূৰ্ণিগাম, এনচিআৰটিচি আৰু দিল্লী মেট্ৰ’ কৰ্প’ৰেচনেও প্ৰদূষণ ৰোধৰ বাবে উদ্যোগ লৈছে।

কিন্তু প্ৰশ্ন উঠিছে, ইমানখিনি কৰিলেই প্ৰদূষণ ৰোধ কৰা সম্ভৱ হ’বনে? বিশেষকৈ দীপাৱলীত আৰু তাৰ পিছৰ দিনকেইটাত ৰাজধানীত যি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ পিছত শীতকালত সেয়া ৰোধ কৰাটো সম্ভৱ হ’বনে? ইয়াকে লৈ এতিয়া ৰাজধানীত উদ্বেগ বাঢ়িছে। ইয়াৰ ভিতৰত পঞ্জাব আৰু হাৰিয়ানাত শস্যৰ গুৰি জ্বলোৱাৰ ক্ষেত্ৰত যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে পৰিস্থিতি অধিক সংকটজনক হৈ পৰিব পাৰে বুলি বহুতে আশংকা কৰিছে।

আনহাতে, বুধবাৰে উচ্চতম ন্যায়ালয়ে হাৰিয়ানা আৰু পঞ্জাব চৰকাৰক শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বিষয়ে প্ৰশ্ন কৰে। নিৰ্দেশৰ পিছতো কিয় ব্যৱস্থা লোৱাত লেহেমীয়া হৈছে বুলি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্য দুখনৰ চৰকাৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DelhiPollutionদিল্লীবায়ুৰগুণমানহ্ৰাস
Share5Tweet3Send

Related Posts

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

by News Desk
September 28, 2026
52
ADVERTISEMENT
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d