ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

নিউজ ডেস্কঃ

News Desk by News Desk
September 29, 2026
Reading Time: 1 min read
A A
0
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

RELATED POSTS

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Manipur Extortion Case : Militant Among 3 Arrested

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

New Logo Smal 2 | ASSAM TIMES POST

অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত (Indo-Myanmar border) নিৰাপত্তা বাহিনীয়ে টহল দি থকা অৱস্থাত হঠাতে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণত নিহত হৈছে এজন অসম ৰাইফলছৰ জোৱান। ইতিমধ্যে অসম ৰাইফলছে এই মৃত্যুৰ ঘটনাৰ কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত এক শোকবাৰ্তা প্ৰকাশ কৰিছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ৬.৩০ বজাত এই আক্ৰমণ সংঘটিত হয়। সেই সময়ত ২১ অসম ৰাইফলছৰ জোৱানসকলে সীমান্তত কাম চলি থকা এলেকা এটাত টহল দি আছিল। সেই সময়তে হোৱা অতৰ্কিত আক্ৰমণত মৃত্যু হয় অসম ৰাইফলছৰ জোৱানজনৰ। তেওঁৰ নাম জাংকোকাই কুকি (৪২) বুলি জানিব পৰা গৈছে । আনহাতে, আন কেইবাজনো জোৱান আহত হয়। আহত জোৱানকেইজন সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ap | ASSAM TIMES POST
অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

কিন্তু হঠাৎ কোনে আৰু কিয় এই আক্ৰমণ সংঘটিত কৰিলে সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, প্ৰথম অৱস্থাত এনএছচিন-কে-ৱাইএন (NSCN K-YA) গোটৰ বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে। ম্যানমাৰ সীমান্ত অঞ্চলতো বিদ্ৰোহী গোটটোৰ ঘাটি আছে। নিশ্চিত তথ্যৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে উক্ত বিশেষ অঞ্চলটোত সক্ৰিয় বিদ্ৰোহী সংগঠনৰ গতিবিধি আৰু চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ স্পৰ্শকাতৰ পৰিস্থিতি একাধিক পক্ষই নিৰীক্ষণ কৰি আছে। ইয়াৰ মাজতে এই আক্ৰমণ সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ArunachalAmbushAssamRifles
Share4Tweet3Send

Related Posts

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
60
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
53
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
53
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
57
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
ADVERTISEMENT
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d