ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

Staff Reporter by Staff Reporter
November 23, 2026
Reading Time: 1 min read
A A
0
Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

RELATED POSTS

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

New Logo Smal 1 | ASSAM TIMES POST

২০০২ চনত গুজৰাটৰ গোধৰাত সাবৰমতী এক্সপ্ৰেছ জ্বলোৱাৰ (Godhra Case) গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা ইৰফান ছিৰাজ পাডাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি ভাৰালৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে ইৰফানে হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগত ভুগি আছে আৰু ইতিমধ্যে ১৮ বছৰতকৈ অধিক কাৰাগাৰত কটাবলগীয়া হৈছে।

Godhra case I
গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ:

সেয়েহে চিকিৎসা আৰু মানৱীয় দিশ বিবেচনা কৰি তেওঁৰ শাস্তি স্থগিত ৰখা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে গুজৰাট চৰকাৰৰ অধিবক্তাই শুনানিৰ সময়ত কয় যে “ইৰফানৰ অপৰাধ অতি গুৰুতৰ”, কিন্তু তেওঁৰ অসুস্থতাৰ বিষয়টো সঁচা বুলি স্বীকাৰ কৰে আৰু চিকিৎসাজনিত কাৰণত শাস্তি নিলম্বনৰ আবেদনত আপত্তি জনোৱা নাই।

দুজনীয়া বিচাৰপীঠৰ এই নিৰ্দেশৰ ফলস্বৰূপে ইৰফানক চৰ্তসাপেক্ষে জামিনত মুকলি কৰি দিয়া হ’ব। উল্লেখ্য যে যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে গুজৰাটৰ গোধৰাকাণ্ডৰ পৰৱৰ্তী হিংসাৰ সময়ত বিলকিছ বানু দলবদ্ধ ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড পোৱা ১১ জন দোষীৰ ভিতৰত দুজনক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল।

২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাত সাবৰমতী এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লৰ এছ-৬ ডবাত সংঘটিত হোৱা অগ্নিকাণ্ডত ৫৯ জন লোকৰ মৃত্যু হয়। তাৰে বহুতেই আছিল অযোধ্যাৰ পৰা উভতি অহা কৰ সেৱক। সেই ঘটনাৰ পিছতে সমগ্ৰ গুজৰাটত হিংসা বিয়পি পৰে। অভিযোগ উত্থাপন হৈছে যে উগ্ৰ হিন্দুত্ববাদী কৰ্মীসকলে চৰকাৰৰ সহযোগত ৰাজ্যখনৰ মুছলমানক আক্ৰমণ কৰিছিল।

এই হিংসাত হাজাৰৰো অধিক লোক নিহত হয়। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তেৱোঁ সমালোচনাৰ সন্মুখীন হৈছিল। এই ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। গুজৰাট চৰকাৰেও কেইবাখনো আয়োগ গঠন কৰিছিল।

গোধৰা ট্ৰেজেডীৰ তদন্তৰ বাবে গুজৰাট চৰকাৰে গঠন কৰা নানাৱতী-মেহতা আয়োগে এই সিদ্ধান্তত উপনীত হয় যে ৰে’লৰ অগ্নিকাণ্ড কেৱল দুৰ্ঘটনা নহয়, বৰঞ্চ এক ষড়যন্ত্ৰ। ঘটনাৰ ৯ বছৰৰ পাছত ২০১১ চনৰ ১ মাৰ্চত ফাষ্ট ট্ৰেক আদালতে গোধৰা কাণ্ডত ৩১ জন লোকক দোষী সাব্যস্ত কৰে। ইয়াৰে ১১ জনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

৬৩ জন অভিযুক্তক দোষমুক্ত কৰা হয়। দোষী সাব্যস্ত হোৱা লোকসকলে এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰে। ২০১৭ চনৰ অক্টোবৰ মাহত গুজৰাট উচ্চ ন্যায়ালয়ে ১১ জন লোকৰ মৃত্যুদণ্ড বাতিল কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০ জনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰখা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰগোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ
Share4Tweet3Send

Related Posts

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

by Staff Reporter
November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

by Staff Reporter
November 23, 2026
50
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

by News Desk
November 23, 2026
50
Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ
National-International

Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
November 23, 2026
50
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

by News Desk
November 23, 2026
50
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ
National-International

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

by News Desk
November 23, 2026
50
ADVERTISEMENT
Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ
National-International

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

November 23, 2026
50
Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা
ALL NEWS

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

November 23, 2026
50
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

November 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

November 23, 2026
Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

November 23, 2026
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

November 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d