ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Election Result 2023 I কৰ্ণাটকত বিজয়ী প্ৰাৰ্থীক ‘সুৰক্ষিত’ ৰখাৰ পৰিকল্পনা কংগ্ৰেছৰ! অন্য ৰাজ্যলৈ কৰা হʼব পাৰে স্থানান্তৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 13, 2023
Reading Time: 1 min read
A A
0
Karnataka Election Result 2023 I কৰ্ণাটকত বিজয়ী প্ৰাৰ্থীক ‘সুৰক্ষিত’ ৰখাৰ পৰিকল্পনা কংগ্ৰেছৰ! অন্য ৰাজ্যলৈ কৰা হʼব পাৰে স্থানান্তৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

কৰ্ণাটক বিধানসভা নিৰ্বাচনত (Karnataka Election) জয়ৰ সোৱাদ লʼবলৈ বিজয়ী বিধায়কক স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে (Congress) । কংগ্ৰেছৰ সূত্ৰ মতে, অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰ গঠন কৰিবলৈ কৰ্ণাটকত ১১৩খন আসন লাভ কৰিব লাগিব। সেই শিতানত আশংকা হʼল যে মেজিক নম্বৰ পোৱাৰ পাছতো বিজেপিয়ে হয়তো বিধায়কৰ বজাৰ খেলখনত সোমাই পৰিব৷ সেই সম্ভাৱনাৰ পৰা হাত সাৰিবলৈহে বিধায়কসকলক ‘সুৰক্ষিত’ কৰাৰ পৰিকল্পনা কৰা হৈছে।

Karnataka Election Result 2023
কৰ্ণাটকত বিজয়ী প্ৰাৰ্থীক ‘সুৰক্ষিত’ ৰখাৰ পৰিকল্পনা:

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, বিজয়ী প্ৰাৰ্থীসকলক চুবুৰীয়া ৰাজ্য তামিলনাডুৰ এখন ৰিজ’ৰ্টলৈ লৈ যোৱা হʼব পাৰে। তামিলনাডুত কংগ্ৰেছৰ মিত্ৰ দল ডিএমকে ক্ষমতাত আছে। সেয়েহে কংগ্ৰেছ নেতৃত্বই এই ৰাজ্যখনক ‘নিৰাপদ’ বুলি গণ্য কৰে। নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কক সন্ধিয়াৰ ভিতৰত ৰাজধানী বেংগালুৰুত উপস্থিত হʼবলৈ কোৱা হৈছে।

কৰ্ণাটকৰ প্ৰাৰম্ভিক গণনাত কংগ্ৰেছে মেজিক সংখ্যা অতিক্ৰম কৰিলে। বহু পিছ পৰি আছে বিজেপি। জেডিএছৰ আসনৰ সংখ্যা ৩০ খনৰ ওচৰত আছে। এনে পৰিস্থিতিত কংগ্ৰেছে নিজাববীয়াকৈ কৰ্ণাটক দখল কৰাৰ আশা কৰিছে। শনিবাৰে পুৱা গণনা আৰম্ভ হোৱাৰ পাছত বিজয়ৰ আভাস পাই উল্লাসিত হৈ পৰে কংগ্ৰেছ সমৰ্থকসকল। ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰ এটা ভিডিঅ’ ক্লিপ কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলে পোষ্ট কৰে।

Tags: Karnataka
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT