ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

AGAIN MANIPUR IS BURNING I অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ ৫

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
May 29, 2023
Reading Time: 1 min read
A A
0
AGAIN MANIPUR IS BURNING I অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ ৫

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

সোমবাৰে মণিপুৰ ভ্ৰমণলৈ গৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Central Home Minister Amit Shah)। কিন্তু তেওঁৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তপ্ত হৈ পৰে। সোমবাৰে মণিপুৰত সংঘটিত সংঘৰ্ষৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। আহত লোকৰ সংখ্যা কমেও ১২ জন।

উত্তপ্ত মণিপুৰ
অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ:

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে ইম্ফল উপত্যকাৰ আশেপাশে দুদিন আগৰে পৰা পৰিস্থিতি অস্বাভাৱিক হৈ পৰিছে। উগ্ৰপন্থীয়ে সাধাৰণ মানুহক আক্ৰমণ কৰিছে। বীৰেনৰ দাবী, মণিপুৰৰ এই সংঘাতৰ জৰিয়তে পৰিকল্পিতভাৱে হিংসা বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে সেনা আৰু অন্যান্য প্ৰতিৰক্ষা বাহিনীয়ে সকলো সময়তে পহৰা দি আছে। উগ্ৰপন্থীয়ে AK47 আৰু M16-ৰ দৰে ৰাইফল ব্যৱহাৰ কৰি স্থানীয় বাসিন্দাক আক্ৰমণ কৰিছে। লগতে বহু গাঁৱৰ ঘৰ জ্বলাই দিছে।

(Central Home Minister Amit Shah)

দেওবাৰে মুখ্যমন্ত্রীয়ে কয়, “আমি উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। ইতিমধ্যে ৪০ জন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হৈছে বুলি আমি তথ্য লাভ কৰিছো।”
পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ শনিবাৰে মণিপুৰ ভ্ৰমণ কৰে সেনা প্ৰধান মনোজ পাণ্ডেয়ে। কিন্তু মণিপুৰৰ মাটিত অমিত শ্বাহে ভৰি দিয়াৰ আগতে পৰিস্থিতি কিমান নিয়ন্ত্ৰণত আছে, সেয়াই এতিয়া প্ৰশাসনৰ প্ৰধান চিন্তা।

Tags: অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰসংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ ৫
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

July 14, 2026
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx