ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Neha Kakkar’s married Life I ৮ বছৰ সৰু স্বামীৰ লগত মনৰ মিল নাই নেহাৰ! জন্মদিনত দেখা নগ’ল ৰোহণপ্ৰীতক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2023
Reading Time: 1 min read
A A
0
Neha Kakkar’s married Life I ৮ বছৰ সৰু স্বামীৰ লগত মনৰ মিল নাই নেহাৰ! জন্মদিনত দেখা নগ’ল ৰোহণপ্ৰীতক

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

মায়ানগৰীৰ অন্যতম চৰ্চিত যুটি বিচ্ছেদৰ পথত নেকি ? অভিনেত্ৰী নেহা কক্কৰৰ (Neha Kakkar) জন্মদিনৰ ছবিৰ বাবে জল্পনা-কল্পনাৰে ভৰি পৰিল নেট জগতখন। ৬ জুনৰ দিনৰ ১২ বজাৰ পৰা অভিনেত্ৰীগৰাকীৰ ঘৰত আৰম্ভ হৈছিল উদযাপন। নেহাৰ বয়স ৩৫ বছৰ। মাজনিশাৰ পাৰ্টিত ক্ৰিকেটাৰ যজবেন্দ্ৰ চহল আৰু তেওঁৰ পত্নী ধনশ্ৰী চহলকো দেখা গৈছিল। সকলোৱে উল্লাস কৰিছিল।

Neha And Rohanpreet
৮ বছৰ সৰু স্বামীৰ লগত মনৰ মিল নাই নেহাৰ:

যদিও আত্মীয়ৰ ভিৰৰ মাজত সকলোৱে এখন মুখ বিচাৰি আছিল, তথাপিও কোনো এখন ছবিতে তেওঁক দেখা পোৱা নগʼল। কʼলৈ গʼল নেহাৰ স্বামী ৰোহণপ্ৰীত সিং(Rohanpreet Singh)? তেওঁৰ অনুপস্থিতিয়ে অনুৰাগীসকলক চিন্তা কৰিবলৈ বাধ্য কৰাইছে। এই মনোভাৱ স্পষ্ট নেকি? নেহা-ৰোহণ আৰু একেলগে নাথাকিব নেকি?

neha kakkar Rohanpreet Singh 1200 1 | ASSAM TIMES POST

নেহাই ছচিয়েল মিডিয়াত জন্মদিনৰ ছবি শ্বেয়াৰ কৰিছে। মাজনিশা কেক কাটি কেক খুৱাই দিয়াৰ ছবিও আছে। সুন্দৰকৈ সজাই তোলা কোঠাবোৰত উপহাৰ। হৃদয়স্পৰ্শী পোষ্ট, নেহাৰ সৈতে উপস্থিত সকলোকে ধন্যবাদ। কিন্তু ৰোহণৰ প্ৰতিক্ৰিয়া এখনো ছবিতে দেখা নগʼল। পত্নীক কোনো শুভেচ্ছা পোষ্ট কৰা নাছিল। তাৰ পৰাই সকলোৱে দুয়ে দুয়ে চাৰি কৰিব বিচাৰে।

নেহা আৰু ৰোহণৰ লগ হৈছিল চণ্ডীগড়ত। প্ৰথম দৃষ্টিত প্ৰেম। নেহাতকৈ ৮ বছৰ সৰু ৰোহণ পেছাত এগৰাকী গায়ক। ২০২০ চনৰ অক্টোবৰ মাহত দুয়োৰে বিবাহ হয়। বিয়াৰ পিছত নেহাও ৰোহণৰ সৈতে গীতৰ ভিডিঅ’ বনাই কটুক্তিৰ বলি হৈছিল। গীতটিৰ নাম ‘খায়াল ৰখা কৰ’। সেই গীতটোৰ প্ৰচাৰৰ সময়ত নেহাৰ গৰ্ভধাৰণৰ আভাস পোৱা গৈছিল।

বিয়াৰ দুমাহৰ ভিতৰত কেনেকৈ সন্তান গৰ্ভধাৰণ কৰিলে নেহাক প্ৰশ্ন কৰি কাঠগৰাত উঠোৱা হয়।

এই তিক্ত অভিজ্ঞতাৰ বিষয়ে কওঁতে নেহাই কয়, “মানুহে ভাবে যে উদ্যোগৰ মানুহবোৰ তেনেকুৱাই। বিয়াৰ আগতে বহুতে বহু কাম কৰে। নেহা কক্কৰৰ ওজনোতো অলপ বাঢ়িব পাৰে। বৰ্তমান মোৰ ওজন বাঢ়িছে। তাৰ অৰ্থ এইটো নহয় যে মই গৰ্ভৱতী।”

নেহাই কয় যে বৰ্তমান সন্তান জন্ম দিয়াৰ কোনো পৰিকল্পনা নাই। দুয়োজনে ইজনে সিজনৰ সংগ উপভোগ কৰিব বিচাৰিছিল। কিন্তু নীৰৱে ভাঙোনৰ আৰম্ভ হৈছে নেকি সেই সন্দৰ্ভতো প্ৰবল চৰ্চা চলি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Neha Kakkar
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d