ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang rape I দলিত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা, অভিযুক্ত দুই আৰক্ষীও

নিউজ ডেস্কঃ

News Desk by News Desk
June 21, 2023
Reading Time: 1 min read
A A
0
Gang rape I দলিত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা, অভিযুক্ত দুই আৰক্ষীও

RELATED POSTS

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

দলিত যুৱতীক অপহৰণ, দলবদ্ধ ধৰ্ষণ (Gang rape) আৰু হত্যাৰ গোচৰত ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তৰ ভিতৰত আছে দুজন আৰক্ষী জোৱান। তেওঁলোকক নিলম্বন কৰিছে কৰ্তৃপক্ষই।ৰাজস্থানৰ বিকানেৰত সংঘটিত হৈছে এই ঘটনা। ২০ বছৰীয়া যুৱতীগৰাকী ওচৰৰ এখন গাঁৱত বাস কৰিছিল। তেওঁ নিয়মিতভাৱে কোচিঙৰ উদ্দেশ্যে বিকানেৰৰ খাজুৱালা অঞ্চললৈ গৈছিল। সেই কোচিঙত পঢ়িবলৈ গৈয়ে তেওঁ বিপদত পৰে।

আৰক্ষীৰ মতে, এই ঘটনাৰ মূল অভিযুক্ত যুৱকজনক চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, বিগত ১৫ দিন ধৰি তেওঁ ছোৱালীজনীৰ ওপৰত চকু ৰাখিছিল। মঙলবাৰে পুৱা যুৱতীগৰাকী পঢ়িবলৈ যোৱাৰ সময়ত যুৱকজনো তালৈ যায়। তেওঁৰ লগত আছিল দুজন আৰক্ষী। খাজুৱালা থানাৰ কনিষ্টবল। অভিযোগ অনুসৰি, কোচিং চেণ্টাৰৰ পৰা তিনিজন লোকে যুৱতীগৰাকীক অপহৰণ কৰি লৈ যায়। ইয়াৰ পিছত তেওঁক যুৱকজনৰ ঘৰলৈ লৈ যোৱা হয়। তাতেই ছোৱালীজনীৰ দলবদ্ধ ধৰ্ষণ কৰা হয়। ধৰ্ষণৰ পিছত হত্যা কৰা হয় তেওঁক।

দলবদ্ধ ধৰ্ষণ কৰি হত্যা
দলিত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা:

যুৱতীগৰাকীৰ পৰিয়ালৰ হৈ থানাত লিখিত এজাহাৰ দাখিল কৰা হৈছে। তেওঁৰ পিতৃয়ে জনোৱা মতে, সমগ্ৰ ঘটনাটো ঢাকি ৰাখিবলৈ অভিযুক্তই যুৱতীগৰাকীৰ মৃতদেহ খাজুৱালাৰ চিনেমা হলৰ সন্মুখত এৰি থৈ যায়। তিনিজনৰ বাহিৰেও আন দুজন যুৱক এই ঘটনাৰ সৈতে জড়িত বুলি মৃতকৰ পৰিয়ালে অভিযোগ কৰে।

অভিযুক্ত আৰক্ষী কনিষ্টবল দুজনক নিলম্বন কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। মৃত যুৱতীগৰাকীৰ পৰিয়ালে মূল অভিযুক্ত আৰু অন্যান্য লোকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। সমগ্ৰ বিষয়টোৰ তদন্ত চলি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: gangrapeদলবদ্ধধৰ্ষণ
Share5Tweet3Send

Related Posts

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

by News Desk
October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
ADVERTISEMENT
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
50
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d