ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
October 6, 2026
Reading Time: 1 min read
A A
0
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

RELATED POSTS

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

New Logo Smal 2 | ASSAM TIMES POST

ইজৰাইলে ফ্লাইডুবাই বিমানখন মাজ আকাশত গুলীয়াই নমাবলৈ সাজু হৈছিল। টেল আভিভৰ পৰিস্থিতিৰ সৈতে পৰিচিত ইজৰাইলৰ দুটা সূত্ৰৰ উদ্ধৃতি দি আমেৰিকাৰ সংবাদ মাধ্যম চিবিএছ নিউজে এই কথা প্ৰকাশ কৰিছে। ডুবাইৰ পৰা টেল আভিভলৈ যোৱা বিমানখনৰ অধিকাংশ যাত্ৰী আছিল ইজৰাইলী। ইয়াৰে প্ৰায় ১৫০ জন যাত্ৰী ইজৰাইলৰ নাগৰিক। ইয়াৰ পিছতো ককপিটত ৰক্তাক্ত ঘটনা সংঘটিত হোৱাৰ পিছত ইজৰাইলে বিমানখন গুলীয়াই নমাবলৈ সাজু হৈছিল। সূত্ৰটোৱে দাবী কৰা মতে, ৯/১১ (আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰ ধ্বংস)ৰ দৰে কাণ্ডৰ পৰা হাত সাৰিবলৈ তেওঁলোকে এই পৰিকল্পনা কৰিছিল।

চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধৃতি দি ইজৰাইলৰ সংবাদ মাধ্যমে দাবী কৰিছে যে অভিযুক্ত সহ-পাইলট হামাম আল-হাম্মামীয়ে তদন্তকাৰীয়ে সোধা-পোছা কৰাত নিজৰ পৰিকল্পনা স্বীকাৰ কৰিছে। তেওঁ স্বীকাৰ কৰে যে তেওঁ ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰক হত্যা কৰি বিমানখন ‘ক্ৰেচ’ কৰিব বিচাৰিছিল। হামামে কয় যে তেওঁৰ প্ৰাৰম্ভিক লক্ষ্য আছিল টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰ। যদি সেয়া সম্ভৱ নহয় তেন্তে তেওঁ বিমানখন টেল আভিভৰ এটা ওখ অট্টালিকাত খুন্দা মাৰিলেহেঁতেন। দুয়োটা ক্ষেত্ৰতে বৃহৎ সংখ্যক লোকৰ মৃত্যুৰ সম্ভাৱনা আছিল।

fly1 | ASSAM TIMES POST
ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি?

এনে বৃহৎ বিধ্বংসী কাৰ্যৰ পৰা হাত সাৰিবলৈ ইজৰাইলী বাহিনীয়ে বিমানখন মাজ আকাশত গুলীয়াই পেলোৱাৰ পৰিকল্পনা কৰিছিল। সূত্ৰসমূহে দাবী কৰিছে যে ইজৰাইলী বাহিনীয়ে বহু আগতেই প্ৰস্তুতি আৰম্ভ কৰিছিল যাতে ৯/১১ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰা হাত সাৰিব পৰা যায়। যেতিয়া টেল আভিভ অভিমুখী বিমানখন হঠাতে ১৪ হাজাৰ ফুটলৈ নামি আহে, তেতিয়া ইজৰাইলৰ বায়ুসেনাই ফ্লাইডুবাই ককপিটৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। কিন্তু সেই সময়ত ককপিটৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। লগে লগে ইজৰাইলে এটা কমাণ্ড চেণ্টাৰ স্থাপন কৰে।

সূত্ৰটোৱে দাবী কৰা মতে, প্ৰস্তুতিৰ সময়ত হোৱাৰ দৰেই ফ্লাইডুবাইৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ ইজৰাইলৰ যুঁজাৰু বিমানসমূহো গুচি গৈছিল। কিন্তু ইজৰাইলৰ আকাশমাৰ্গৰ পৰা প্ৰায় ৬৫০ কিলোমিটাৰ দূৰত্বৰ পৰা চৌদি আৰবৰ ফালে ঘূৰি গৈছিল বিমানখন। এই কথা উপলব্ধি কৰি যুদ্ধ বিমানবোৰ পিছলৈ ঘূৰাই দিয়া হয়।

এই ক্ষেত্ৰত যেতিয়া বিমানখন ইজৰাইলৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল তেতিয়া ইজৰাইলৰ যুদ্ধ বিমানে ইয়াৰ ভিতৰৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিছিল। ‘হাইজেক’ নিশ্চিত কৰাৰ পিছত সেনাই প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক জনায়। প্ৰট’কল অনুসৰি এনে ক্ষেত্ৰত বিমান ধ্বংস কৰাৰ সিদ্ধান্ত কেৱল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়েহে ল’ব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FlyDubaicase
Share4Tweet3Send

Related Posts

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
ADVERTISEMENT
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
50
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

October 6, 2026
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d