ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Actor Satish Kaushik I প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কন্যাক অভিনয়ৰ সুযোগ দিব অনুপম খেৰে

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2023
Reading Time: 1 min read
A A
0
Actor Satish Kaushik I প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কন্যাক অভিনয়ৰ সুযোগ দিব অনুপম খেৰে

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিকে (Actor Satish Kaushik) চলিত বৰ্ষৰ মাৰ্চ মাহত শেষ নিশ্বাস ত্যাগ কৰে। তেতিয়াৰে পৰা অনুপম খেৰে (Anupam Kher) অভিনেতাগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিছে। কাৰণ চাৰি দশক ধৰি সতীশ আৰু অনুপমৰ বন্ধুত্ব অবিচ্ছেদ্য আছিল। সতীশৰ মৃত্যুত অনুপমো মানসিকভাবে ভাঙি পৰে। অনুপমে মাজে মাজে সতীশৰ কন্যা বংশিকাৰ (Satish’s daughter Bansika) সৈতে ছচিয়েল মিডিয়াত সময় কটোৱা দেখা যায়। এইবাৰ অনুপম খেৰে বলীউডত বন্ধুৰ কন্যাক সুযোগ দিয়াৰ কথা ঘোষণা কৰে।

অনুপমে মঙলবাৰে নিশা ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে। সেই ভিডিঅʼটোত দেখা গৈছে যে বংশিকা অভিনেতাগৰাকীৰ অফিচলৈ আহিছে। এঘাৰ বছৰীয়া কিশোৰীজনীয়ে অনুপমৰ একাধিক প্ৰশ্নৰ উত্তৰ দি আছে। পিতৃয়ে কেনেকৈ তেওঁক সাধুকথা কৈ শুৱাইছিল, মাকৰ সৈতে ঘৰত সময় কটোৱাৰ পৰা আৰম্ভ কৰি টেইলৰ চুইফটৰ গীতলৈকে তেওঁ বহুতো কথা কোৱা শুনা যায়। এবাৰ অনুপমে বংশিকাক সোধে যে ভৱিষ্যতে অভিনেতা হʼব বিচাৰে নেকি।

প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কন্যা
প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কন্যাক অভিনয়ৰ সুযোগ দিব অনুপম খেৰে:

বংশিকাই উত্তৰ দিয়ে যে তেওঁ অভিনয়ৰ বিষয়ে একো নাজানে। ইয়াৰ পিছত অনুপমে কয়, “তুমি যদি এদিন অভিনেত্ৰী হ’ব বিচাৰা, তেন্তে মই তোমাক কেৱল প্ৰশিক্ষণেই নহয়, চিনেমাত প্ৰথম সুযোগো দিম।” কিন্তু অনুপমে বন্ধুৰ জীয়াৰীক জনায় যে এতিয়া তেওঁৰ স্কুলীয়া বয়স। গতিকে সঠিক সময়ত যি কৰিব লাগে সেয়া কৰক। অনুপমে লগতে কয় যে অহা ১৫ জুলাইত বংশিকাৰ জন্মদিনত বিশেষ পাৰ্টিৰ আয়োজন কৰিব।

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ এটা অংশই অনুপমক প্ৰশংসাৰে উপচাই দিয়ে। কোনোবাই লিখিছে, “কি ভাললগা পদক্ষেপ। সতীশ কৌশিকৰ ভাগ্য ভাল যে অনুপমৰ দৰে মানুহ এজনক বন্ধু হিচাপে পাইছে।” উল্লেখযোগ্য যে যোৱা ৯ মাৰ্চত হৃদৰোগত আক্ৰান্ত হৈ সতীশ কৌশিকৰ মৃত্যু হয়। অনুপমে প্ৰথমে ছচিয়েল মিডিয়াত অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰিছিল। অনুপম প্ৰিয় বন্ধুৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত আছিল। বন্ধুৰ নিথৰ শৰীৰৰ কাষত বহি চকুপানী টুকিছিল। অনুপমে সতীশৰ বাবে মুম্বাইত স্মৃতিচাৰণ সভাৰো আয়োজন কৰে।

Tags: AnupamKherBansikaঅনুপমখেৰবংশিকা
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx