![]()
বিগত ডেৰ মাহ ধৰি অস্থিৰ হৈ আছে মণিপুৰ (Manipur Violence)। উত্তৰ-পূবৰ ৰাজ্যখনৰ অশান্তিৰ মাজতে যোৱা শনিবাৰে মহিলাসকলে সেনাক ঘেৰাও কৰে। যাৰ বাবে ভাৰতীয় সেনা পিছুৱাই যাবলৈ বাধ্য হয়। এই ঘটনাত ওলাই পৰিছে সেনাৰ ‘মানৱীয়তা’। এইবাৰ ঘটনাৰ কথা উল্লেখ কৰি সেনাৰ বাৰ্তা হৈছে, “মানৱতা কেতিয়াও দুৰ্বলতা নহয়।”














