ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

N Biren Singh Likely to resign | পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 30, 2023
Reading Time: 1 min read
A A
0
N Biren Singh | পৰিস্থিতি চম্ভালিবলৈ সক্ষম কেন্দ্ৰ-ৰাজ্য, মণিপুৰৰ মুখ্যমন্ত্ৰী

RELATED POSTS

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

হিংসাবিধ্বস্ত মণিপুৰৰ আইন-শৃঙ্খলা ৰক্ষাত মুখ্যমন্ত্ৰীৰ ওপৰত কেন্দ্ৰই আস্থা ৰখাৰ ইঙ্গিত দিছিল। কিন্তু বিৰোধী দলবোৰে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ (N Biren Singh) ইস্তফা দাবী কৰি আহিছে বিগত কেইবা দিন ধৰি।

N Biren Singh
Manipur CM likely to resign

এই পৰিস্থিতিতো পদত্যাগৰ কথা নাকচ কৰিছিল স্বয়ং মুখ্যমন্ত্রীয়েই। কিন্তু শুকুৰবাৰে দুপৰীয়া মণিপুৰৰ ৰাজ্যপাল অনুসুয়া উইকীক (Anusuiya Uikey) সাক্ষাৎ কৰাৰ কথা বীৰেন সিঙে। তাকে লৈ ৰাজ্যখনৰ ৰাজনীতিত চৰ্চা চলিছে যে সেই সময়তে নিজৰ ইস্তফাপত্র জমা দিব পাৰে মণিপুৰৰ মুখ্যমন্ত্রীয়ে।

আনহাতে, পদত্যাগৰ সম্ভাৱনাক অধিক মাত্ৰা দিছে মণিপুৰৰ মুখ্যমন্ত্রীৰ সচিবালয় আৰু ৰাজভবনৰ সন্মুখত বহু সংখ্যক বীৰেন সিং সমৰ্থকৰ বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যই। তেওঁলোকে পদত্যাগ নকৰিবলৈও আহ্বান জনাইছে বীৰেন সিঙক। অৱশ্যে এই বিষয়ত এই পর্যন্ত একো উল্লেখ কৰা নাই মুখ্যমন্ত্রীয়ে। তেওঁৰ ঘনিষ্ঠ মহলৰ পৰাও এই বিষয়ত স্পষ্টভাবে একো জনোৱা হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: N Biren Singh
Share4Tweet3Send

Related Posts

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

by News Desk
October 27, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

by News Desk
October 22, 2026
56
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
52
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
ADVERTISEMENT
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d