![]()
শুকুৰবাৰে ৰামচৰণৰ কন্যাৰ নামকৰণ (Naming Ramcharan’s daughter) হয়। নৱজাতক কন্যাৰ নাম ৰখা হৈছে ক্লীন কাৰা কনিডেলা (Clean Kara Konidela)। লগতে কন্যাৰ নামৰ অৰ্থও জনায়। এই নামটোৱে ৰূপান্তৰকামী, বিশুদ্ধ শক্তিক বুজায়। যিয়ে আধ্যাত্মিক জাগৰণ আনিব।
এই অনুষ্ঠানত হিন্দী আৰু দক্ষিণৰ তাৰকাসকলে অংশগ্ৰহণ কৰে। তাতে আচৰিত কৰিলে মুকেশ আম্বানীয়ে (Mukesh Ambani)। অভিনেতাগৰাকীৰ সন্তানক দিলে সোণালী দোলনা (Golden swing given to the actor’s child)! যাৰ মূল্য ১ কোটি টকা।
পুনৰ আইনী সমস্যাত উৰ্ফি:
উৰ্ফি জাভেদ (Urfi Javed) পুনৰ নেটিজেনৰ ক্ষোভৰ সন্মুখীন হৈছে। কাৰণ, তেওঁৰ দুৰ্দান্ত কাপোৰ। সোণালী প্লেটেলত উন্মুক্ত স্তনৰ আৰ্হি। এনে কাপোৰেৰে আবৃত এক অনুষ্ঠানত উপস্থিত হয় ইউটিউবাৰগৰাকী। ছবিখন বিয়পি পৰাৰ লগে লগে অনুগামীসকলে ক্ষোভ প্ৰকাশ কৰে। এনে কাপোৰ পিন্ধি উৰ্ফিয়ে ভুল বাৰ্তা দিছে বুলি দাবী কৰে। এই প্ৰজন্ম ক্ষতিগ্ৰস্ত হৈছে। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।














