![]()
সৌৰভ গাংগুলীৰ (Saurav Ganguly) জন্মদিন এদিন পিছত অৰ্থাৎ ৮ জুলাইত। তেওঁৰ বয়স হʼব ৫১ বছৰ। সেইদিনা বিশেষ ঘোষণা সন্দৰ্ভত নিজেই কয় প্ৰাক্তন বোৰ্ডৰ সভাপতিগৰাকীয়ে। সৌৰভে নিজৰ ফেচবুকত এখন ছবি পোষ্ট কৰি জন্মদিনৰ পৰিকল্পনাৰ বিষয়ে কৈছে।

![]()

© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx