ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Economist Amartya Sen I অভিন্ন দেৱানী বিধি বিজেপিৰ প্ৰবঞ্চনা, প্ৰকৃত লক্ষ্য হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা : অমৰ্ত্য সেনৰ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
July 7, 2023
Reading Time: 1 min read
A A
0
Economist Amartya Sen I অভিন্ন দেৱানী বিধি বিজেপিৰ প্ৰবঞ্চনা, প্ৰকৃত লক্ষ্য হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা : অমৰ্ত্য সেনৰ দাবী

RELATED POSTS

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে (Economist Amartya Sen) দেশখনক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিবলৈ ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) অৰ্থাৎ অভিন্ন দেৱানী বিধি আনিছে বুলি এক বিস্ফোৰক মন্তব্য কৰিছে।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ইউচিচি বা ইউনিফৰ্ম চিভিল কোডৰ ওপৰত বিজেপিৰ অতি সক্ৰিয়তাক লৈ ক্ষুব্ধ হৈ পৰিছে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকী। অমৰ্ত্য সেনে কয়, “এয়া এক প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়।” তেওঁৰ অভিযোগ যে এয়া বিজেপিৰ ভণ্ড নাটক (BJP’s hypocrite drama)। তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। অলপতে বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছে অমৰ্ত্য সেন।

 অমৰ্ত্য সেন
অভিন্ন দেৱানী বিধি বিজেপিৰ প্ৰবঞ্চনা, প্ৰকৃত লক্ষ্য হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা : অমৰ্ত্য সেনৰ দাবী

তাৰ পাছত পুনৰবাৰ এইগৰাকী নোবেল বঁটা বিজয়ীয়ে গেৰুৱা শিবিৰৰ ইউনিফৰ্ম চিভিল কোড বা এক দেশ, এক আইনৰ স্থিতিৰ বিৰুদ্ধে ক্ষোভিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “মই সংবাদ মাধ্যমত দেখি আছিলো যে একেধৰণৰ নাগৰিক নিয়ম কাৰ্যকৰী কৰাত কোনো ধৰণৰ পলম হʼব নালাগে। ক’ৰ পৰা আহিছে এই ধৰণৰ মূৰ্খৰ কথা? আমি হাজাৰ হাজাৰ বছৰ ধৰি একেধৰণৰ নাগৰিক সংহিতা অবিহনে কটালোঁ। ভৱিষ্যতেও ইয়াৰ অবিহনে যাবলৈ আমাৰ কোনো অসুবিধা নহʼব। দৰাচলতে এটা জটিল বিষয় যে অতি সহজ সেইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে।”

তেওঁৰ মতে, সেইটো হিন্দু ৰাষ্ট্ৰৰ সৈতে জড়িত হʼব লাগিব। অমৰ্ত্য সেনে কয়, “ইয়াত হিন্দু ধৰ্মৰ অপব্যৱহাৰৰ প্ৰয়াস কৰা হৈছে। হিন্দু ৰাষ্ট্ৰ যিয়েই নহওক এইটো আমাৰ আগুৱাই যোৱাৰ একমাত্ৰ পথ হʼব নোৱাৰে। হিন্দু ৰাষ্ট্ৰৰ পথত আগবাঢ়িলেও আমি যিখিনি অৰ্জন কৰি আছো তাৰ পৰা বহু কথা মচি পেলাব পাৰি।”

আগতেও এইগৰাকী নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও নীতিৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে, এখন দেশ, এখন আইন বুলি কʼলেই সকলো সমস্যা সমাধান নহয়। তেওঁ কয়, “আমি ভাবিব লাগিব কেনেকৈ এখন ৰাষ্ট্ৰ হোৱাটো সম্ভৱ। তাৰ বাবে প্ৰথমে আমাৰ মাজৰ বিভাজন হ্ৰাস কৰিব লাগিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AmartyaSenUniformCivilCodeঅমৰ্ত্যসেনইউনিফৰ্মচিভিলকোড
Share4Tweet3Send

Related Posts

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

by News Desk
September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

by News Desk
September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

by News Desk
September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

by News Desk
September 14, 2026
50
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d