![]()
শ্বাহৰুখ খানৰ (Shahrukh Khan) ছবি আহিব বুলি উৎসাহিত অসমবাসীক আন এটা খবৰেৰে পুনৰ বাৰ উৎসাহিত কৰিব বিচাৰিছোঁ। “জাৱান” ৰ ২ মিনিটৰ এটা সৰু ক্লিপ শেহতীয়াকৈ মুক্তি দিয়া হৈছিল। তাৰ পিছৰ পৰা চৰ্চা আৰম্ভ সচেতন মহলত। নয়নথাৰা, বিজয় সেথুপতি আদিৰ দৰে জনপ্ৰিয় তাৰকা সকলৰ সৈতে অভিনয় কৰিব আমাৰ অসমৰ কেনী বসুমতাৰীয়ে (Kenny Basumatary)।














