ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Staff Reporter by Staff Reporter
July 26, 2026
Reading Time: 1 min read
A A
0
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

অৱশেষত সন্ধান ওলাইছে ডিমা হাছাও জিলাৰ পৰা সন্ধানহীন (Dima Hasao Missing person) হৈ থকা বনকৰ্মীৰ দলৰ। জিলাখনৰ মাইবাঙৰ পৰা নাগালেণ্ড সীমান্তৰে এক অভিযানত লাংটিঙলৈ গৈছিল ২৬ জনীয়া বন বিভাগৰ দলটো। কিন্তু হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰে দলটো। অৱশেষত লাংটিঙৰ সমীপৱৰ্তী অঞ্চলত দলটোৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে।

Diphu forester missing I
ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ:

প্ৰাপ্ত তথ্য অনুসৰি, বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দলটো মাইবাঙৰ পৰা খেপ্ৰে হৈ লাংটিঙলৈ উভতি অহাৰ কথা আছিল যদিও নিৰ্ধাৰিত সময়ত উপস্থিত হোৱা নাছিল। লগতে তেওঁলোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত পৰিয়াল তথা বন বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হয়।

আনহাতে, দলটোৰ সন্ধান উলিয়াব নোৱৰাত দেওবাৰে জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। ইফালে বেয়া বতৰৰ লগতে পাহাৰীয়া দুৰ্গম পথ আৰু অঞ্চলত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ বাবে দলটোৰ সুৰক্ষাক লৈয়ো আশংকা বৃদ্ধি পায়।

অৱশেষত সকলো অনিশ্চয়তাৰ অন্ত পেলাই লাংটিঙৰ ওচৰত দলটোৰ সন্ধান যায়। অৱশ্যে দলটোৰ সদস্যসকল সুস্থ শৰীৰে আছেনে নাই সেয়া বন বিভাগ তথা প্ৰশাসনৰ পৰা এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ২৬ জনীয়া দলটোত দুগৰাকী ৰেঞ্জাৰ, এগৰাকী সহকাৰী ৰেঞ্জাৰ আৰু ২০ জন ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড আছিল। ইয়াৰ উপৰি স্থানীয় তিনি গৰাকী লোক গাইড হিচাপে তেওঁলোকৰ লগত আছিল।

Tags: জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভডিমাহাছাওৰ পৰা সন্ধানহীন ২৬
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT