ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

নিউজ ডেস্কঃ

News Desk by News Desk
July 25, 2026
Reading Time: 1 min read
A A
0
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

এয়া ধৈৰ্য আৰু অধ্যৱসায়ৰ ফল (result of patience and perseverance)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত চিকিৎসালয়ৰ পৰা প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক সোণম ৱাংচুকে (Sonam Wangshuk) দিয়ে এই বাৰ্তা। শনিবাৰে ককৰোচ জনতা পাৰ্টীৰ কেন্দ্ৰৰ সৈতে বৈঠক অনুষ্ঠিত হয়। কিন্তু তাৰ ডেৰ ঘণ্টাৰ আগতেই ধৰ্মেন্দ্ৰই পদৰ পৰা পদত্যাগ কৰিছিল। উল্লেখ্য যে চিজেপিৰ তিনিটা দাবীৰ ভিতৰত এটা আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ। দাবী পূৰণ হোৱাৰ পিছতে চিকিৎসালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বাৰ্তা প্ৰদান কৰে ৱাংচুকে। ৱাংচুকে নিজৰ হেণ্ডেলত লিখিছে, “এয়া গণতন্ত্ৰৰ জয়। শান্তি, অধ্যৱসায় আৰু ধৈৰ্যৰ বাবে জয়।” ইয়াৰ পিছত তেওঁ চিজেপিক আৰু জেন জিকো ধন্যবাদ জ্ঞাপন কৰে। এই আন্দোলনত তেওঁলোকৰ কাষত থিয় দিয়াৰ বাবে দেশবাসীক ধন্যবাদ জনায়। কিছুদিন পূৰ্বে তেওঁক দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। তাৰ পৰাই ৱাংচুকে প্ৰতিবাদকাৰীক বাৰ্তা প্ৰদান কৰে। হস্পিটেলৰ বিছনাত বহি হাঁহি আছে। বাওঁহাতৰ দুটা আঙুলিৰে ‘ভিক্টৰী ছাইন’। পোহৰলৈ আহিছে সোণমৰ এই ছবিখন।

sonam 3 | ASSAM TIMES POST
হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

বিগত কিছুদিন ধৰি নীট প্ৰশ্নকাকত ফাদিল আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগক লৈ দিল্লী অস্থিৰ হৈ পৰিছে। ক্ৰমান্বয়ে এই আন্দোলন দেশৰ অন্যান্য ৰাজ্যতো বিয়পিবলৈ আৰম্ভ কৰে। বিগত দুদিনত কেন্দ্রই চিজেপিৰ সৈতে দুখনকৈ বৈঠকত মিলিত হয়৷ চিজেপিৰ তিনিখন বৈঠকৰ ভিতৰত দুখন বৈঠকত কেন্দ্রই সন্মতি দিলে৷ কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল। আৰু এই উত্তেজনাৰ মাজতে চিজেপিয়ে সকীয়াই দিছিল যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে এই আন্দোলন চলি থাকিব। শনিবাৰে দুয়োপক্ষৰ তৃতীয়খন বৈঠক আছিল। কিন্তু তাৰ আগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক ‘পঁইতাচোৰা’ই তেওঁলোকৰ সৰ্ববৃহৎ জয় হিচাপে লক্ষ্য কৰিছে।

Tags: SonamWangshuk
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT