ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

AROHAN SCHEME ASSAM I আৰোহণ আচঁনিৰ ৯২ গৰাকী ছাত্ৰছাত্ৰী লগত মত বিনিময় অনুষ্ঠান সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 17, 2023
Reading Time: 1 min read
A A
0
AROHAN SCHEME ASSAM I আৰোহণ আচঁনিৰ ৯২ গৰাকী ছাত্ৰছাত্ৰী লগত মত বিনিময় অনুষ্ঠান সম্পন্ন

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ( Himanta Biswa Sarma)চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক নবম শ্ৰেণীৰ পৰাই তেওঁলোকৰ লক্ষ্যৰ দিশত আগবঢ়াই নিয়াৰ বাবে আৰোহণ নামৰ এক আচঁনি গ্ৰহণ কৰিছে(AROHAN SCHEME ASSAM) ৷ চৰকাৰী বিদ্যালয় সমূহৰ অষ্টম শ্ৰেণীৰ পৰা নবম শ্ৰেণীলৈ বিদ্যালয়ৰ প্ৰথম হৈ উৰ্ত্তীণ হোৱা ছাত্ৰছাত্ৰী সকলক তেওঁলোকে ভবাৰ দৰেই জীৱনৰ পথত আগবাঢ়ি যাব পৰাকৈ উপযুক্ত পথৰ সন্ধান দিব এই আচঁনিয়ে ৷

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

2a7a1008 aec0 45e4 b972 969d44a7f7b8 | ASSAM TIMES POST
আৰোহণ আচঁনিৰ ৯২ গৰাকী ছাত্ৰছাত্ৰী লগত মত বিনিময় অনুষ্ঠান সম্পন্ন:

এই আচঁনিৰ অধীনত আজি কাৰবি আংলং জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনৰ বাকৰিত জিলাখনৰ ৯২ খন বিদ্যালয়ৰ ৯২ গৰাকী ছাত্ৰছাত্ৰীৰ লগত মত বিনিময় আৰু পথৰ সন্ধান দিয়া হয় ৷ উপায়ুক্ত মধুমিতা ভাগৱতীয়ে অতি আন্তৰিকতাৰে বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ লগত মত বিনিময় কৰে ৷ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে ন্যায়িক বিষয়া মানস প্ৰতীম ভূঞা , শিল্পী ৰাজীৱ ক্ৰ , বিদ্যালয় সমূহৰ পৰিদৰ্শক বীৰেণ ছ্ং ইংতি, লেখক-সাংবাদিক সঞ্জু বৰা , ডিফু মেডিকেল কলেজৰ সহকাৰী অধ্যাপক ডা অমল বৈশ্য , ডিফু চৰকাৰী কলেজৰ অধ্যাপক ড° সুৰঞ্জনা হাচনু আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা সন্দীপ শইকীয়া ৷

fb3300de e184 440b a293 9a3b3fed0854 | ASSAM TIMES POSTউপায়ুক্ত ভাগৱতীয়ে সঞ্চালনা কৰা মত বিনিময় অনুষ্ঠানত ৯২ গৰাকী ছাত্ৰছাত্ৰীৰ ভিতৰত চাৰিগৰাকীয়ে আই এ এছ আৰু আই পি এছ , দুগৰাকীয়ে অভিনেতা-অভিনেত্ৰী , এগৰাকীয়ে সাংবাদিক , দুগৰাকীয়ে সংগীত শিল্পী , দুগৰাকীয়ে অভিযন্তা , দুগৰাকীয়ে আইনজীৱী আৰু আন সকলে চিকিৎসক , শিক্ষক , সেনা জোৱান-বিষয়া , নাৰ্চ হোৱাৰ নিজৰ আকাংক্ষাৰ কথা কয় ৷ সৰহ ভাগেই চিকিৎসক হোৱাৰ লক্ষ্য বুলি কয় ৷

5d6707b9 a916 4539 9a44 b0227315a71c | ASSAM TIMES POSTছাত্ৰছাত্ৰী সকলক সমল ব্যক্তি সকলে কেনেদৰে আৰু কি দৰে পঢ়াশুনা কৰিলে চিকিৎসক, প্ৰশাসনিক বিষয়া , অভিযন্তা , শিল্পী , সাংবাদিক , আইনজীৱী আদি হ’ব পাৰি তাৰ বিষয়ে কয় ৷ ছাত্ৰছাত্ৰী সকলৰ একোজনকৈ শিক্ষকক তেওঁলোকৰ গাইদ কৰি দিয়া হৈছে ৷ চাৰি বছৰলৈ এই ছাত্ৰছাত্ৰী সকলক চৰকাৰ আৰু এই শিক্ষক সকলে জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ পথত কিদৰে আগবাঢ়ি যাব তাৰ পথ নিৰীক্ষণ কৰি উপদেশ দিব ৷

অতিৰিক্ত উপায়ুক্ত টিংকুমণি বৰা , অতিৰিক্ত সহকাৰী আয়ুক্ত আৰাধনা দাস , মমীনলা আওে আতঁ ধৰা অনুষ্ঠানৰ শেষত আৰোহণৰ সকলো ছাত্ৰছাত্ৰীক একোখনকৈ মূল্যবান গ্ৰন্থ , এখন প্ৰশস্তি পত্ৰ আৰু একোখনকৈ প’হ দি উপায়ুক্ত মধুমিতা ভাগৱতীয়ে তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ শুভেচ্ছা দিয়ে ৷ ডিফু কলা কেন্দ্ৰৰ সংগীত শিল্পী প্লাবিতা বৰদলৈ আৰু সংগী বৃন্দৰ উপৰি সংগীতকে বৃত্তি ৰূপে বাছি লোৱা যুৱ শিল্পী ছাৰহন বেয়ে অনুষ্ঠানত গীত পৰিবেশন কৰি অনুষ্ঠানটো অধিক প্ৰাণবন্ত কৰি তুলে ৷

Tags: আৰোহণ আচঁনিৰ ৯২ গৰাকী ছাত্ৰছাত্ৰী লগতমত বিনিময় অনুষ্ঠান সম্পন্ন
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx