ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Child Protection I ডিফুত শিশু সুৰক্ষা সন্দৰ্ভত মিডিয়া সকলৰ সৈতে জিলা শিশু সুৰক্ষা গোটৰ সজাগতা সভা

Staff Reporter, Diphu

ASSAM TIMES POST by ASSAM TIMES POST
July 18, 2023
Reading Time: 1 min read
A A
0
Child Protection  I ডিফুত শিশু সুৰক্ষা সন্দৰ্ভত মিডিয়া সকলৰ সৈতে জিলা শিশু সুৰক্ষা গোটৰ সজাগতা সভা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

ৰাজ্যিক শিশু সুৰক্ষা সমাজ বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ নিৰ্দেশ মৰ্মে ‘সুৰক্ষিত শৈশৱ আৰু সোণালী অসম’ক বিষয়বস্তু হিছাপে লৈ ৯০ দিনীয়া সজাগতা কাৰ্যসূচীৰ অংশ স্বৰূপে আজি বিয়লি ডিফুৰ ৰংখেলান বেলতলা পথ স্থিত জিলা শিশু সুৰক্ষা(Child Protection )গোটৰ কাৰ্যালয়ত শিশু সুৰক্ষা সন্দৰ্ভত সংবাদ মাধ্যমৰ ভূমিকাকলৈ এক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷

 ডিফুত শিশু সুৰক্ষা
ডিফুত শিশু সুৰক্ষা সন্দৰ্ভত মিডিয়া সকলৰ সৈতে জিলা শিশু সুৰক্ষা গোটৰ সজাগতা সভা:

সংবাদ মাধ্যমৰ সৈতে অনুষ্ঠিত জিলা সুৰক্ষা গোটৰ সজাগতা সভাখনত সমল ব্যক্তি হিছাপে উপস্থিত থাকে চিডব্লিউচিৰ সদস্য বুলু তেৰাঙ আৰু জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম লগতে কেইবীগৰাকী ডিজিটেল আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিক সকল ৷ ইয়াৰোপৰি উক্ত সভাত ডিচিপিঅ’ বাচাপী তেৰাঙপী, আউট্ৰেছ ৱৰ্কাৰ্ছ মেৰিগল্ড ৰংপিপী, মিৰলিন তেৰাঙপী , সমাজ কৰ্মী দিপালী তিমুঙপী আৰু বাৰ্তাবাহক ক্লুংছাৰ ৰংহাঙ উপস্থিত থাকে ৷

ভাষণ প্ৰসংগত চি ডব্লিউ চিৰ সদস্য বুলু তেৰাঙে শিশু সুৰক্ষা আৰু শিশু অপৰাধ জনিত কাৰণত সাংবাদিক সকলে বাতৰি পৰিৱেশন কৰোতে যথেষ্ট সচেতনতা অৱলম্বন কৰিব লাগে বুলি কয় ৷ এনে ধৰণৰ বাতৰি সন্দৰ্ভত সম্ভৱ হলে চিডব্লিউচি আৰু আৰক্ষীক অৱগত কৰিহে বাতৰি পৰিৱেশন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

এনে বাতৰি পৰিৱেশন কৰোতো আইনগত দিশ সমূহ ফঁহিয়াই চাইহে বাতৰি পৰিৱেশন কৰিব লাগে বুলি কয় ৷ কোনো কাৰণতে আইন ভংগ কৰিব নালাগে ৷ শিশু সুৰক্ষা সন্দৰ্ভত সাংবাদিকৰ ভূমিকা আৰু সাংবাদিকতাৰ নীতি আদৰ্শ, তথ্যগত আৰু আইনী জ্ঞানৰ ওপৰতো বিস্তৃতভাৱে আলোকপাত কৰে বুলু তেৰাঙে ৷

Tags: জিলা শিশু সুৰক্ষা গোটৰ সজাগতা সভাডিফুত শিশু সুৰক্ষা সন্দৰ্ভতমিডিয়া সকলৰ সৈতে
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx