![]()
তৰালী শৰ্মাৰ (Tarali Sarma) কণ্ঠৰে আহি আছে নতুন গীত “ডেউকা মেলি দিলোঁ”। তৰালী শৰ্মাৰ গীতসমূহক লৈ শ্ৰোতা অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। নহবওনো কিয়? এইগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত যিমান মাদকতা আছে, সিমানেই তেওঁৰ আচাৰ-ব্যৱহাৰত মৰম আছে।

![]()

উল্লেখ্য যে, তেওঁৰ আহিবলগীয়া গীতটি “ডেউকা” এলবামখনৰ শীৰ্ষ গীত। তেখেতৰ গীতটিত কথা দিছে গৌতম শৰ্মাই। অহা ২২ জুলাই, ২০২৩ তাৰিখে মুক্তি লাভ কৰিব উক্ত গীতটি।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx