ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Public hearing on Election I কলাক্ষেত্ৰত আৰম্ভ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
July 19, 2023
Reading Time: 1 min read
A A
0
Public hearing on Election I কলাক্ষেত্ৰত আৰম্ভ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

আজিৰে পৰা গুৱাহাটীৰ কলাক্ষেত্ৰত (Kalakshetra in Guwahati) আৰম্ভ হৈছে নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি (Public hearing on Election Commission’s constituency rescheduling)। এই শুনানি অহা শুকুৰবাৰলৈকে চলিব।

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে এই শুনানি গ্ৰহণ কৰিছে। শংকৰদেৱ কলাক্ষেত্ৰৰ তিনিটা ভিন্ন প্ৰেক্ষাগৃহত বিভিন্ন ৰাজনৈতিক দল, সংগঠন, সামাজিক অনুষ্ঠান তথা নাগৰিক সমাজৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় ওজৰ-আপত্তি তথা যুক্তি শুনিব নিৰ্বাচন আয়োগে।

 নিৰ্বাচন আয়োগ
কলাক্ষেত্ৰত আৰম্ভ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি:

উল্লেখ্য, যোৱা মাহত সমষ্টি পুনৰ গঠন সন্দৰ্ভত প্ৰস্তাৱ প্ৰকাশ পোৱাৰ পিছৰ পৰা ১১ জুলাইলৈকে এই সন্দৰ্ভত বিভিন্ন দাবী আৰু পৰামৰ্শ আহ্বান কৰা হৈছিল। তাৰ ভিত্তিতে এই শুনানি আৰম্ভ হৈছে। এই সময়ছোৱাত ৭৮০ খনৰো অধিক আবেদন লাভ কৰে নিৰ্বাচন আয়োগে।উল্লেখযোগ্য যে অসমত অন্তিমবাৰৰ বাবে ১৯৭৬ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।

Tags: KalakshetraPublicHearingলাক্ষেত্ৰৰাজহুৱাশুনানি
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

May 29, 2026
50
Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
National-International

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

May 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx