ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Accident in Ahmedabad I আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী জাগুৱাৰে মহতিয়ালে বহু লোককঃ নিহত ৯ গৰাকী

নিউজ ডেস্কঃ

News Desk by News Desk
July 20, 2023
Reading Time: 1 min read
A A
0
Accident in Ahmedabad I আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী জাগুৱাৰে মহতিয়ালে বহু লোককঃ নিহত ৯ গৰাকী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

আহমেদাবাদত ছাৰখেজ-গান্ধীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ওপৰা- ওপৰিকৈ সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা (Sarkhej-Gandhinagar national highway accident in Ahmedabad)। বৃহস্পতিবাৰে পুৱতি নিশা ১৬০ কিলোমিটাৰ বেগেৰে অহা জাগুৱাৰৰ খুন্দাত নিহত হয় কনিষ্টবল-হোমগাৰ্ডসহ ৯ গৰাকী ব্যক্তি (Nine persons including Police man-home guard)।জানিব পৰা মতে, প্ৰথমাৱস্থাত এখন তীব্ৰবেগী থাৰে খুন্দা মাৰে ট্ৰাকত। দুৰ্ঘটনাৰ ভয়ংকৰ শব্দৰ ফলত নিকটৱৰ্তী আৱাসীসকল ওলাই আহে।

আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা
আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী জাগুৱাৰে মহতিয়ালে বহু লোককঃ

পৰৱৰ্তী সময়ত, ঘটনাস্থলীত যান-বাহন শাখাৰ এজন কনিষ্টবলে হোমগাৰ্ডক লৈ উপস্থিত হয় আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰি থকা সময়তে এখন জাগুৱাৰে আহি মহতিয়াই (Jaguar Car Hit) নিয়ে বহুলোকক। ঘটনাস্থলীতেই মৃত্যুক সাৱটি লয় কনিষ্টবল আৰু হোমগাৰ্ড গৰাকীৰ লগতে ৩ জন লোকে।আনহাতে, আন ৪ গৰাকী ব্যক্তিৰ মৃত্যু হয় হাস্পাতালত। বাকী ১১ গৰাকী আহমেদাবাদৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে।

Tags: AccidentJaguarHitPolicemanজাগুয়াৰহিটপুলিচমেনদুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

by News Desk
June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

Fingerprint scan : আঙুলিৰ ছাপ স্কেন কৰি অপৰাধীক চিনাক্ত কৰিবলৈ প্ৰযুক্তি : নতুন মোবাইল এপ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Ban on medicine : জনস্বাস্থ্যৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য মন্ত্ৰালয়ৰ : পেৰাচিটামলকে ধৰি ১৬টা ঔষধৰ ওপৰত নিষেধাজ্ঞা

ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT