ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মণিপুৰৰ বতাহ মিজোৰামলৈ, মেইটেইসকলক ৰাজ্য ত্যাগৰ আহ্বান

নিউজ ডেস্কঃ

News Desk by News Desk
July 22, 2023
Reading Time: 1 min read
A A
0
মণিপুৰৰ বতাহ মিজোৰামলৈ, মেইটেইসকলক ৰাজ্য ত্যাগৰ আহ্বান

RELATED POSTS

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

এইবাৰ মণিপুৰ কাণ্ডৰ প্ৰভাৱ (Impact of Manipur Violance) পৰিল চুবুৰীয়া ৰাজ্য মিজোৰামতো। প্ৰায় তিনিমাহ হʼল মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত চলি থকা সাম্প্ৰদায়িক সংঘাত। এইবাৰ ‘পামৰা’ নামৰ এটা সংগঠনে মিজোৰামত বাস কৰা মেইটেইসকলক ৰাজ্য এৰাৰ আহ্বান (Meiteis living in Mizoram have been asked to leave the state) জনাইছে। অৱশ্যে সংগঠনটোৱে প্ৰকাশ কৰা বিবৃতিত ৰাজ্যখন এৰি যাবলৈ মেইটেইসকলক অনুৰোধ কৰা হৈছে। একে সময়তে জনোৱা হৈছে যে মেইটেইসকলৰ ওপৰত আৰু যিকোনো অত্যাচাৰৰ বাবে তেওঁলোকেই দায়ী হʼব। এই বক্তব্যৰ পিছতেই মিজোৰাম চৰকাৰে মেইটেইসকলৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

শুকুৰবাৰে সংগঠনটোৱে প্ৰকাশ কৰা এক বিবৃতিত মণিপুৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মিজো যুৱক (Mizo youth angry after female harassment incident in Manipur)। গতিকে তেওঁলোকক নিজৰ নিৰাপত্তাৰ বাবে মেইটেইসকলক ৰাজ্য এৰি যাবলৈ কোৱা হৈছে। ইয়াৰ পিছত যদি কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেন্তে মেইটেইসকল দায়ী হʼব বুলি বিবৃতিটোত কোৱা হৈছে।

Manip | ASSAM TIMES POST

মিজোৰাম প্ৰশাসনৰ এক সূত্ৰৰ মতে, এই বিবৃতি পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। মেইটেইসকলৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৰাজ্যখনত বসবাস কৰা মেইটেই লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আশ্বাস দিছিল। উল্লেখ্য, প্ৰধানকৈ অসম আৰু মণিপুৰত বসবাস কৰা মেইটেই জনগোষ্ঠীৰ এটা অংশ মিজোৰামতো বাস কৰে।

উল্লেখযোগ্য যে বুধবাৰে ছচিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰ কাণ্ডৰ ভিডিঅʼটোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মণিপুৰৰ এই ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MeiteisMizoMeiteiমিজোৰামমেইটেইমেইটেই
Share5Tweet3Send

Related Posts

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ
NORTHEAST

Arunachal Protest : জলবিদ্যুৎ প্ৰকল্পই জ্বলাইছে অৰুণাচল, বিভিন্ন জিলাত প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ

by News Desk
October 27, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

by News Desk
October 22, 2026
56
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
52
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
ADVERTISEMENT
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d