ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Awareness & prevention of Drugs I ডিফু ৰংনিহান পথাৰত ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা

Staff Reporter , Diphu

ASSAM TIMES POST by ASSAM TIMES POST
July 23, 2023
Reading Time: 1 min read
A A
0
Awareness & prevention of Drugs I ডিফু ৰংনিহান পথাৰত ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নৱ প্ৰজন্মক তিল তিলকৈ ক্ৰমান্বয়ে মৃত্যুৰ কঁৰাল গহ্বৰলৈ ঠেলি নিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে (Awareness & prevention of Drugs)কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত সদ্য আত্ম প্ৰকাশ কৰা সংগঠন ইছলামিক সমাজ সংস্কাৰক সমিতিয়ে ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ ডিফুৰ সমীপৱৰ্তী এলেকা ধৰমনলা, পাণবাৰী, ছৰছৰী, হৰিলালবস্তি, ৰংনিহান পথাৰ বিৰলা আদি অঞ্চলৰ ড্ৰাগছৰ ভয়াবহতাৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ হাতে কামে লাগি পৰিছে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতি ৷

 ড্ৰাগছ বিৰোধী সজাগতা সভা
ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা:

সমিতিখনে প্ৰথমটো অভিযান হিছাপে উল্লেখিত সংশ্লিষ্ট এলেকাত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷ তাৰে অংশ স্বৰূপে আজি ডিফু ৰংনিহান পথাৰত ডিফু মছজিদ কমিটিৰ সভাপতি আলহাজ তাজ উদ্দিন আলীৰ পৌৰুহিত্যত অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী সজাগতা সভা ৷ ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সম্পাদক আব্দুল কৰিম লষ্কৰে আঁত ধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে প্ৰচাৰ সম্পাদক ছাইদুল ইছলামে ৷

40d7bb4a b644 40e5 9741 fed9d87ef4d5 | ASSAM TIMES POSTসভাখনত নিজৰ সাৰগৰ্ভ ভাষণ প্ৰসংগত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলামে কয়যে, এখন ঘৰ, পৰিয়াল আৰু সমাজ চলাবলৈ সকলোৱে দায়বদ্ধ হব লাগিব ৷ ল’ৰা-ছোৱালীক উচিৎ শিক্ষাৰে শিক্ষিত কৰিব লাগিব ৷ ড্ৰাগছৰ দৰে ব্যৱসায়ত লিপ্ত হৈ সহজ উপাৰ্জনৰ পথ অৱলম্বন কৰিলে সন্তান আদিৰ লগতে নিজকে ধ্বংসৰ মাজলৈ ঠেলি নিয়াৰ দৰে হব ৷ শিশু সকল হৈছে মানৱ সম্পদ, তথা সমাজৰ ভৱিষ্যত ৷ এই মানৱ সম্পদে ভৱিষ্যতৰ একো একোজন দক্ষ কৃষক, চিকিৎসক, অভিযন্তা, শিক্ষক আৰু খেলুৱৈ আদি হৈ সমাজলৈ সেৱা আগবঢ়াব বুলি কয় ৷

আনহাতে ডিফু কবৰস্থান সমিতিৰ সভাপতি নুৰুল ইছলামে নিজৰ-সতি সন্তনিক ইছলামিক শান্তিৰ পথ অৱলম্বন কৰি হালাল -হাৰাম বুজিলৈ চলিবলৈ উদ্বুদ্ধ কৰিলে সতি-সন্তানে সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি থাকিব বুলি কয় ৷ ইয়াৰোপৰি ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজিব উদ্দিন আহমেদ, ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাপতি ফকৰ উদ্দিন লষ্কৰ ৰংনিহান পথাৰ ভিডিপিৰ সভাপতি , সম্পাদক ক্ৰমে, প্ৰজেশ টকবী, নুৰুল আমিন, ইছলামিক সমাজ সংস্কাৰক সমিতিৰ উপসভাপতি কপিল হুছেইনেও মূল্যৱান ভাষণ প্ৰদান কৰি নৱ প্ৰজন্মক মাৰাত্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰিবলৈ ঐক্যৱদ্ধ ভাবে যুঁজ দিবলৈ আহ্বান জনায় ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমাজকৰ্মী চাবোন আলীয়ে ৷

Tags: উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভাডিফু ৰংনিহান পথাৰত ইছলামিকসমাজ সংস্কাৰক সমিতিৰ
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx